ৰিপাব্লিক টিভিক জৰিমনা বিহে ইউ কে ৰ যোগাযোগ নিয়ন্ত্ৰক কাৰ্য্যালয়ে । মঙ্গলবাৰে ৰিপাব্লিক টিভিৰ হিন্দী নিউজ চেনেল ৰিপাব্লিক ভাৰততক এই জৰিমনা বিহা হয় । আক্ৰমনজনক ভাষা,ঘৃণাৰ কথা আৰু ব্যক্তি, গোট, ধৰ্ম বা সম্প্ৰদায়ৰ অপৰাধজনক বা অসন্মানজনক কথা সম্প্ৰচাৰৰ বাবে ২০,০০০ পাউণ্ড জৰিমনা বিহা কৰে। ভাৰতীয় হিচাপত ই প্ৰায় ১৯.৭৩ লাখ
Category: Assamese News
গুৱাহাটী, ২২ ডিচেম্বৰ : মূখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱাল তথা বিজেপি চৰকাৰৰ প্ৰতিবন্ধীৰ প্ৰতি যে দায়বদ্ধতা নাই সেয়া প্ৰমাণ কৰি দেখুৱালে বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে । আজি দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে কয় যে বিগত ২০১৮ বৰ্ষৰ ৩১ ডিচেম্বৰতে প্ৰতিবন্ধী লোকৰ
অৰুণাচলৰ ডায়ুনত চাঞ্চল্যকৰ ঘটনা৷ এটা পোন্ধৰজনীয়া অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে অপহৰণ কৰিলে অইলৰ দুই বিষয়াক। ডায়ুনৰ খুমচাই খা অঞ্চলত কুই’প নামৰ এটা ব্যক্তিগত তৈল প্ৰতিষ্ঠানে অইলৰ তৈলখাদ খনন কাৰ্যত নিয়োজিত হৈ থকাৰ সময়তে প্ৰতিষ্ঠানটোৰ বিষয়া পি কে গগৈ আৰু ৰাম কুমাৰক অপহৰণ কৰি লৈ য়ায় সশস্ত্ৰ দলটোৱে৷ ইয়াৰে পি কে গগৈৰ ঘৰ
সমগ্ৰ বিশ্বই কোৰোনাৰ বিৰুদ্ধে যুঁজ অব্যাহত থকাৰ মাজতে কোৰোনাৰ নতুন ৰূপে পুনৰ শংকিত কৰিছে বিশ্ববাসীক। বিট্টেইনকে ধৰি ৬খন দেশত কোৰোনাৰ নতুন ৰূপে বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পিছতে চিন্তা বাঢ়িছে বিশ্ববাসীৰ। নেডাৰলেণ্ড, ডেনমাৰ্ক, অষ্ট্ৰেলিয়া, ইটালী আৰু দক্ষিণ আফ্ৰিকাত কোৰোনাৰ নতুন ৰূপে পুনৰ বিধ্বংসী ৰূপ ধাৰণ কৰিছে। শেহতীয়াকৈ বৈজ্ঞানিকসকলে সদৰি কৰা অনুসৰি,
আজি মই কোৰোনাৰ ভেকচিন ল’লো। এই মহান কামৰ সৈতে জড়িত বৈজ্ঞানিক আৰু গৱেষকসকলক এইচেগতে ধন্যবাদ আৰু আশেষ কৃতজ্ঞতা, এয়া হৈছে তেওঁলোকৰ কষ্ট আৰু একাগ্ৰতাৰ ফচল। – কোৰোনাৰ ভেকচিন গ্ৰহণ কৰি টুইটাৰত এইদৰে লিখিলে আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনে। উল্লেখ্য যে, যোৱা সোমবাৰে জ বাইডেনে কোৰোনা ভেকচিন গ্ৰহণ কৰাৰ দৃশ্য