Category: Assamese News
২০০৪ চনৰ পৰা ২০১৪ চনলৈ একেৰাহে তিনিবাৰ বিজয়ী হোৱা ৰাহুল গান্ধীয়ে এইবাৰ পুনৰ উত্তৰ প্ৰদেশৰ সেই আমেঠি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব৷ কংগ্ৰেছ দল আৰু উত্তৰ প্ৰদেশত আসন বুজাবুজি কৰা সমাজবাদী পাৰ্টীক উজ্জীৱিত কৰাৰ লক্ষ্যৰেই কংগ্ৰেছে এই সিদ্ধান্ত লৈছে৷ সমাজবাদী পাৰ্টীয়ে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক ক্ৰমে আমেঠি আৰু ৰায়বেৰিলী সমষ্টিৰ
‘কা’ক লৈ পুনৰ দেশজুৰি প্ৰতিবাদ আৰম্ভ হোৱাৰ সময়তে বৃহৎ ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ অমিত শ্বাহে কয় যে লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত বলৱৎ হ’ব নাগৰিকত্ব সংশোধনী আইন৷ গৃহমন্ত্ৰী অমিত শ্বাহে ৰিপাব্লিক ভাৰতৰ দ্বাৰা আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে ‘কা’ হৈছে দেশৰ আইন। ইয়াক কাৰ্যকৰী কৰা হ’ব। লোকসভা নিৰ্বাচনৰ
এটি শিশু দেশৰ ভৱিষ্যতৰ নাগৰিক।সৰুৰে পৰাই শিশুক কিছু ভাল অভ্যাস গঠন কৰিবলৈ শিকালে এসময়ত তেওঁ-এজন সফল নাগৰিক হব পাৰিব। শিশুৰ শিক্ষাৰ প্ৰথমক্ষেত্ৰ হৈছে নিজৰ ঘৰখন।ঘৰখনৰ পৰাই শিশুৰ শিক্ষা জীৱন আৰম্ভ হয়।গতিকে ঘৰখনৰ জেষ্ঠ্য সকলে শিশুক এই-কথা শিকোৱাটো একান্তই আৱশ্যক। ক)সহযোগিতা- সহমৰ্মিতা বা সহযোগিতা এই অভ্যাস-সৰুৰে পৰা এটি শিশুক শিকাব লাগে।যিহেতু
আপুনি জীৱনলৈ নতুন ৰং আনিবলৈ বিচাৰিলে,নতুন সফলতা অৰ্জন কৰিব বিচাৰিলে-তেন্তে-সোমবাৰৰ দিনা-ভগৱান শ্ৰী গণেশক ৰঙা জৱা ফুল অৰ্পণ কৰিব লাগে। আৰু নিজৰ সফলতাৰ বাবে-প্ৰাৰ্থনা কৰিব লাগে।সোমবাৰৰ দিনা-এনে কৰিলে-আপোনাৰ জীৱনত নতুন ৰং আহে আৰু জীৱনত আপুনি নতুন সফলতা অৰ্জন কৰিব। যদি আপুনি আৰ্থিক ৰূপে লাভ আৰু সন্মান পাব বিচাৰে-তেন্তে-সোমবাৰৰ দিনা-ভগৱান শ্ৰী গণেশৰ