কাইলৈ BTCৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন৷ কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ১৯টা পৰিষদীয় সমষ্টিত পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ৷ ভোটগ্ৰহণ পৰ্ব শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে দুয়োখন জিলাত বিশেষ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ৷ ছীল কৰি দিয়া হৈছে ভূটান সীমান্ত৷ কাইলৈ অনুষ্ঠিত হ’বলগীয়া ১৯টা সমষ্টিত ১০,২৩,৪০৪ জন ভোটাৰে
Category: Assamese News
এনআৰচিক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভয়ংকৰ তথ্য। এনআৰচিত সোমাইছে ৪৭৯৫জন ঘোষিত বিদেশীৰ নাম। শপতনামাযোগে ন্যায়ালয়ক জনালে এনআৰচি কৰ্তৃপক্ষই। মুঠ ১০১৯৯জন সন্দেহযুক্ত লোকৰ নাম পৰীক্ষা কৰিছিল এনআৰচি কৰ্তৃপক্ষই। পৰীক্ষণৰ অন্তত ধৰা পৰে ৪৭৯৫ গৰাকী বিদেশী ঘোষিতৰ নাম। এনাৰচিত অন্তৰ্ভুক্ত হৈছে অতিৰিক্ত ১০৩২জন অযোগ্য লোকৰ নাম। বিসংগতিৰ বাবে ডাটা এন্ট্রী অ’পাৰেটৰক দোষ
গুৱাহাটীঃ অসম মেডিকেল কলেজৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকৰ বিৰুদ্ধে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে বৃহৎ অংকৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক অজন্তা হাজৰিকাৰ বিৰুদ্ধে উঠা অভিযোগ মতে, তেওঁ ৰে’লৱেত চাকৰি দিয়াৰ নামত ৩যুৱকৰ পৰা প্ৰায় ২২ লাখ টকা লৈছিল। এই অভিযোগ উত্থাপন কৰিছে আৰ টি আই
তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীৰে দেশ উত্তাল কৰি ৰখা প্রতিবাদী কৃষকে অহা ৮ ডিচেম্বৰত আহ্বান জনোৱা ভাৰত বন্ধলৈ সমর্থন জনাইছে বিৰোধী ৰাজনৈতিক দলসমূহে৷ কেন্দ্রীয় চৰকাৰৰ সৈতে তিনিবাৰকৈ বৈঠকত মিলিত হোৱাৰ পিছতো কৃষক সংগঠনসমূহে কৃষি আইন প্রত্যাহাৰৰ অটল স্থিতিত থকাত দেশজুৰি প্রতিদিনে বৃদ্ধি পাইছে প্রতিবাদ৷ নতুন দিল্লীৰ সীমান্তত কেইবালক্ষ কৃষকে সকলো
কা আন্দোলনৰ এবছৰ হ’ল । ২০১৯ বৰ্ষৰ ৬ ডিচেম্বৰতেই আনুষ্ঠানিক ভাবে কা আন্দোলনে ৰাজ্যত ব্যাপক ৰূপ ধাৰন কৰিছিল । সেই আন্দোলনৰ প্ৰতি কোনো সহাৰি নিদিলে চৰকাৰে । কা হ’ল । কিন্তু এই প্ৰতিবাদ ক’ত হেৰাই গ’ল । সংবাদ মাধ্যমেও পাহৰি পেলালে কা আন্দোলনৰ কথা । শিল্পী মানস ৰবীনে কিন্তু পাহৰা