আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশন৷ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব এই অধিবেশন৷ বহুকেইখন উন্নয়ন পৰিষদৰ বিল সদনত উত্থাপন কৰিব সৰ্বানন্দ সোণোৱাল চৰকাৰে৷ বিভিন্ন বিষয়ত শাসক পক্ষক শ’লঠেকত পেলাবলৈ সাজু বিৰোধী কংগ্ৰেছ-AIUDF।
Category: Assamese News
আজিৰে পৰা দেশত আৰম্ভ হ’ব কোভিড–১৯ ভেকচিনৰ ড্ৰাই ৰান বা টিকাকৰণৰ অনুশীলন। অসমৰ দুখন জিলাতো আৰম্ভ হ’ব এই ড্ৰাই ৰান। নলবাৰী আৰু শোণিতপুৰ জিলাত চলিব কোভিড ভেকচিনৰ ড্ৰাই ৰান। সোমবাৰ
জানুৱাৰীৰ পৰা ড্ৰাইভিং লাইচেন্সৰ লগত জড়িত বহুখিনি নিয়ম সলনি হ’ব। বহুকেইখন ৰাজ্যই সিদ্ধান্ত লৈছে যে, লাৰ্নিং লাইচেন্স সহ আৰু কিছু বিষয়ত নতুন নিয়ম প্ৰৱৰ্তন কৰা হ’ব। কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰণালয়ৰ নিৰ্দেশত
বছৰ শেষ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ২০২১ চনৰ পৰা সাধাৰণ জীৱনত বহু পৰিৱৰ্তন আহিব বুলি ধাৰণা কৰা হৈছে। আৰু ইয়াৰ প্ৰভাৱ প্ৰত্যক্ষ ভাবে পৰিব সাধাৰণ নাগৰিকৰ ওপৰত। সূত্ৰৰ
২২ সংখ্যক উত্তৰ পূৱ গ্ৰন্থমেলাৰ দিন ২০২১ চনৰ নবেম্বৰত অনুষ্ঠিত হ’ব। অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থা গ্ৰহণ কৰিছে এই সিদ্ধান্ত। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ নবেম্বৰ মাহৰ পৰিৱৰ্তে ২০২১ বৰ্ষৰ