গুৱাহাটীত বাঘৰ সন্ত্ৰাস। মহানগৰীৰ আহোমগাঁৱত নাহৰফুটুকীৰ আক্ৰমণত ৩জন বনকৰ্মী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। তিনিওজনকে ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে আয়ুৰছুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটী হাস্পতালত।
Category: Assamese News
ৰাজ্যত ক’ভিড-১৯ৰ বাবে বিগত ৯ মাহ বন্ধ হৈ থকা শিক্ষানুষ্ঠানসমূহ পহিলা জানুৱাৰীৰ পৰা ছাত্ৰ-ছাত্ৰীৰ বাবে পুনৰ মুকলি হ’ব।বিদ্যালয়সমূহ কিদৰে মুকলি কৰিব পৰা যাব,তাৰ বাবে শিক্ষাবিভাগে ইতিমধ্যে জাৰি কৰিছে এছঅ’পি। শিক্ষা
অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনটোত প্ৰতিবাদত উত্তাল হ’ল দিছপুৰৰ চচল।।সদৌ অসম ক’ভিড-১৯ চাফাই কর্মী সন্থাই প্ৰাপ্য বিচাৰি সাব্যস্ত কৰে তীব্র প্ৰতিবাদ। ‘হয় আমাক সংস্থাপন দিয়ক, নহয় আমাক গুলীয়াই মাৰক”-স্বাস্থ্য বিভাগৰ
গুৱাহাটী: ঝাৰখণ্ডত কৰ্তব্যৰত অৱস্থাত মৃত্যু হ’ল অসমৰ জোৱানৰ। ঝাৰখণ্ডৰ ৰাঁচীত মৃত্যুবৰণ কৰা জোৱানগৰাকী চি আৰ পি এফৰ ১৩৩নং বেটেলিয়নৰ প্ৰবীণ মুছাহাৰী বুলি জানিব পৰা গৈছে। বাগসাৰ শালবাৰীৰ ডুবা গাঁৱৰ বাসিন্দা
বিগত ২৪ঘন্টাত দেশত ২০,০২১গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনাৰ সংক্ৰমণ। ইফালে এইসময়চোৱাত ২১,১৩১গৰাকী ৰোগী সুস্থ হোৱাৰ বিপৰীতে ২৭৯গৰাকী ৰোগীৰ মৃত্যু হৈছে। সমগ্ৰ দেশত বৰ্তমানলৈ ১,০২, ০৭, ৮৭১গৰাকী লোক কোৰোনাত আক্ৰান্ত