গুৱাহাটীঃ ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ প্রত্যাহ্বানৰ মাজতে সত্রীয়া– সংস্কৃতিৰ পীঠস্থান মাজুলীৰ সর্বত্র শ্রীকৃষ্ণৰ ৰাসোৎসৱক লৈ যোৱা তিনি/চাৰি দিন ধৰি উখল–মাখল পৰিৱেশ সৃষ্টি হৈছে৷ প্রশাসনৰ নির্দেশ অনুসৰি উদযাপন সমিতিসমূহ আৰু শিল্পীসকলে ক’ভিড পৰীক্ষা সম্পন্ন কৰিছে৷ ২৯ নৱেম্বৰৰ পৰা ২ ডিচেম্বৰলৈকে চাৰিদিনীয়া, তিনিদিনীয়া আৰু দুদিনীয়াকৈ শ্রীকৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত কৰিবলৈ প্রস্তুতি সম্পূর্ণ কৰি
Category: Assamese News
বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া ক্ৰমাত্ দুৰত্ব বাঢ়িছে দুই মিত্ৰ দল বিজেপি আৰু বিপিএফৰ মাজত। এতিয়া সুবিধা পালেই হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মাই ইজনে আনজনক আক্ৰমণৰ লক্ষ্য কৰি লয়। বাক্সাৰ মথনগুৰীত বিজেপিৰ নিৰ্বাচনী সভাত অংশলৈ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘বিটিচিত পৰ্বতসম দুৰ্নীতি কৰা হাগ্ৰামা মহিলাৰীৰ বিপিএফক

ডিজিটেল পেমেণ্ট প্লেটফ’ৰ্ম গুগল পে’ৰ জৰিয়তে টকা পঠিয়ালে দিব লাগিব নিৰ্দিষ্ট শুল্ক। এনে খবৰ চৰ্চাত এতিয়া। জানুৱাৰী, ২০২১ৰ পৰা গুগল পে’ পিয়াৰ টু পিয়াৰ পেমেণ্টৰ সুবিধা বন্ধ কৰিবলৈ লোৱা হৈছে। ইয়াৰ সলনি সংস্থাৰ ফালৰ পৰা এনে সুবিধা দিয়া হ’ব যে টকা পঠিয়ালে তৎক্ষণাত পোৱা যাব। ফলত টকা পঠিয়াবলৈ গ’লেই ধাৰ্য
হেৰাই গ’ল সেই হাঁহি ভৰা মুখ খন। সকলোকে সম দৃষ্টিৰে চোৱা আধুনীক অসমৰ স্ৰষ্টা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ অৱশেষত পঞ্চভূতত বিলীন হ’ল। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন কৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেষকৃত্য। পুত্ৰ গৌৰৱ গগৈয়ে কৰে পিতৃৰ মুখাগ্নি। জনসমুদ্ৰত পৰিণত হ’ল শ্মশানস্থলী। উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত