সমাপ্ত হ’ল অখিল গগৈৰ জামিন আবেদনৰ শুনানি।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যান ৰায় সুৰণা আৰু অজিত বৰঠাকুৰৰ বিচাৰপীঠে বৃহস্পতিবাৰে তেওঁৰ জামিন আবেদনৰ শুনানি সম্পন্ন কৰি ৰায় দান সংৰক্ষণ কৰি ৰাখে। এনআইএৰ
Category: Assamese News
গুৱাহাটীঃ: বাংগালোৰত বি এচ চি নাৰ্চিং পঢ়িব যোৱা অসমৰ এগৰাকী মেধাবী ছাত্ৰীৰ হত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বৰপেটা জিলাৰ হাউলীৰ নগৰঝাৰৰ জেচমিনাৰা আখতাৰ নামৰ ছাত্ৰী গৰাকী গৰাকীয়ে বাংগালোৰৰ এখন
শিৱসাগৰত উপস্থিত হ’ল সদ্য পদত্যাগী আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ মাতৃ। ৮০ৰো উৰ্ধৰ লুৰীণজ্যোতি গগৈৰ মাতৃ দুলুমণি গগৈ বৃহস্পতিবাৰে শিৱসাগৰত তিনিচুকীয়াৰ বৰ লাইপুলিৰ পৰা আত্মীয় সহিতে উপস্থিত হয়। অসম জাতীয়পৰিষদৰ
সকলো জল্পনা কল্পনা অন্ত পেলাই অসম জাতীয় পৰিষদত যোগদান কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য পদত্যাগী সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। আজিৰে পৰা শিৱসাগৰত আৰম্ভ হোৱা অসম জাতীয় পৰিষদৰ প্ৰথমখন ৰাজনৈতিক
মহানগৰীৰ একাংশ গাড়ী বিক্রী প্রতিষ্ঠানত চলিছে ব্যাপক খেলিমেলি৷ একাংশ প্রতিষ্ঠানে পুৰণা গাড়ীত ৰং সানি গ্রাহকক অধিক দামত বিক্রী কৰি প্রতাৰণা কৰি আহিছে৷ শেহতীয়াকৈ খানাপাৰাস্থিত গাড়ী বিক্রীৰ প্রতিষ্ঠান পোদ্দাৰ কাৰ ৱর্ল্ডৰ