Category: Assamese News

ভাল খবৰ! নিউ বঙাইগাঁও-গুৱাহাটীৰ মাজত প্ৰতিদিনে চলিব বিশেষ পেচেঞ্জাৰ ৰে’ল

ভাল খবৰ! নিউ বঙাইগাঁও-গুৱাহাটীৰ মাজত প্ৰতিদিনে চলিব বিশেষ পেচেঞ্জাৰ ৰে’ল

ক’ভিড-১৯ অতিমাৰীৰ পৰিপ্ৰেক্ষিতত ৰাজ্যজুৰি সকলাে পেচেঞ্জাৰ ৰে’লৰ চলাচল বন্ধ হৈ পৰাত বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে ৰে’লত নিয়মীয়াকৈ যাতায়াত কৰা যাত্ৰীসকল। শেহতীয়াকৈ উত্তৰ পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই ৰাজ্যৰ অধিকাংশ পেচেঞ্জাৰ ৰে’লৰ চলাচল

নিশা ধন বিলোৱাৰ অভিযোগত সাংসদ নৱ শৰণীয়াক আটক আৰক্ষীৰ

নিশা ধন বিলোৱাৰ অভিযোগত সাংসদ নৱ শৰণীয়াক আটক আৰক্ষীৰ

সাংসদ নৱ শৰণীয়াক আটক কৰিছে কোকৰাঝাৰ আৰক্ষীয়ে। নিশা ছালাকাটিত ধন বিলোৱাৰ অভিযোগত আটক কৰে সাংসদগৰাকীক। উল্লেখ্য যে নিৰ্বাচনী প্ৰচাৰৰ অন্তত নিশা ছালাকাটিৰ এখন গাঁৱত নৱ শৰণীয়াই ধন বিলোৱাৰ অভিযোগ আহিছিল

কাইলৈ BTCত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন, ১৯টা সমষ্টিত ১১১ প্ৰাৰ্থীৰ নিৰ্ণয় হ’ব ভাগ্য

কাইলৈ BTCত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন, ১৯টা সমষ্টিত ১১১ প্ৰাৰ্থীৰ নিৰ্ণয় হ’ব ভাগ্য

কাইলৈ BTCৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন৷ কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ১৯টা পৰিষদীয় সমষ্টিত পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ৷ ভোটগ্ৰহণ পৰ্ব শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে দুয়োখন জিলাত বিশেষ

উচ্চ ন্যায়ালয়ৰ ভয়ংকৰ তথ্য! এনআৰচিত সোমাইছে ৪৭৯৫জন বিদেশীৰ নাম

উচ্চ ন্যায়ালয়ৰ ভয়ংকৰ তথ্য! এনআৰচিত সোমাইছে ৪৭৯৫জন বিদেশীৰ নাম

এনআৰচিক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভয়ংকৰ তথ্য। এনআৰচিত সোমাইছে ৪৭৯৫জন ঘোষিত বিদেশীৰ নাম। শপতনামাযোগে ন্যায়ালয়ক জনালে এনআৰচি কৰ্তৃপক্ষই। মুঠ ১০১৯৯জন সন্দেহযুক্ত লোকৰ নাম পৰীক্ষা কৰিছিল এনআৰচি কৰ্তৃপক্ষই। পৰীক্ষণৰ অন্তত ধৰা

এইবাৰ চাকৰিৰ দালালিত নামিল ডিব্ৰুগড়ৰ AMCHৰ ডাক্তৰ!

এইবাৰ চাকৰিৰ দালালিত নামিল ডিব্ৰুগড়ৰ AMCHৰ ডাক্তৰ!

গুৱাহাটীঃ অসম মেডিকেল কলেজৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকৰ বিৰুদ্ধে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে বৃহৎ অংকৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক অজন্তা হাজৰিকাৰ বিৰুদ্ধে উঠা অভিযোগ