বিয়াত বহিল জনপ্ৰিয় অভিনেত্ৰী কাজল আগৰৱাল। দৰা ব্যৱসায়ী, ইণ্টেৰিয়ৰ ডিজাইনাৰ গৌতম কিচলু। বিয়াত গোলাপী ৰঙৰ পোছাকেৰে সকলোৰে দৃষ্টি কাঢ়িছিল কাজল–গৌতমে। Pic: Instagram তামিল আৰু হিন্দী চিনেমাৰ জনপ্ৰিয় অভিনেত্ৰী কাজলৰ বিয়াৰ কথা কেইবামাহ ধৰি শুনা গৈছিল। অৱশেষত প্ৰায় এমাহ পূৰ্বে এই খবৰ জনাইছিল অভিনেত্ৰীগৰাকীয়ে। Pic: Instagram শুকুৰবাৰে অৰ্থাৎ ৩০ অক্টোবৰত মুম্বাইৰ
Category: Assamese News
ৰাজপথত জনপ্ৰিয় গায়ক ৰাকেশ ৰিয়ানৰ উদ্ভণ্ডালি । এদল যুৱকৰ সৈতে মাৰপিটত লিপ্ত ৰাকেশ ৰিয়ান । ৰাকেশৰ গুণ্ডাগিৰিয়ে ইমানেই সীমা পাৰ কৰি দিলে যে ঘটনাস্থলীত উপস্থিত হ’ল আৰক্ষী । চাৰ্টৰ বুটাম খুলি ‘দাদা-দাদা’ ভাৱ দিয়া ৰাকেশ ৰিয়ানক অৱশেষত উঠাই লৈ গ’ল আৰক্ষীয়ে । ৰ’ব । এতিয়া ৰাকেশ ৰিয়ানক গালি নাপাৰিব ।
পুৱা উঠি গৰম পানীৰ সৈতে ঘিঁউ মিহলি কৰি খালে বহুকেইটা উপকাৰ হয়। খালী পেটত গৰম পানীৰ সৈতে ঘিঁউ মিহলি কৰি খোৱাৰ অভ্যাস কৰিলে বহু কেইটা ৰোগৰ পৰা বাছি থাকিব পাৰি বুলি উল্লেখ কৰিছে আয়ুৰ্বেদ চিকিত্সাই। ইয়াত থকা এণ্টি অক্সিডেণ্টে নানা ধৰণৰ ৰোগৰ পৰা ৰক্ষা কৰে। কিন্তু মনত ৰাখিব যে, পুৱা
আধাৰ কাৰ্ড সংক্ৰান্তীয় ডাঙৰ ঘোষণা কৰিলে UIDAI–এ। আপুনি যদি আধাৰ কাৰ্ডত জন্মৰ তাৰিখ বা ঠিকনা সলনি কৰিব বিচাৰে তেনেহ’লে আপোনাৰ বাবে এয়া জনাটো অতি প্ৰয়োজনীয়। বেংকৰ একাউণ্টৰ পৰা পাছপ’ৰ্টলৈ সকলোৰে বাবে এতিয়া আধাৰ কাৰ্ডৰ প্ৰয়োজন। সেয়ে জন্মৰ তাৰিখ বা ঠিকনা ভুল থাকিলে সমস্যাত পৰিব পাৰে আপুনি। সেয়েহে আধাৰ কাৰ্ডত কোনো ভুল
ক’ভিড–১৯ টিকাকৰণ অভিযান নিৰীক্ষণৰ লগতে সমন্বয় ৰক্ষাৰ ক্ষেত্রত কমিটী গঠন কৰিবলৈ আজি কেন্দ্রীয় চৰকাৰে ৰাজ্যসমূহক নির্দেশ দিছে৷ অন্য স্বাস্থ্যসেৱাৰ ক্ষেত্রত যাতে কোনোধৰণৰ সমস্যা সৃষ্টি নহয়, তাক নিশ্চিত কৰিব লাগিব এই কমিটীসমূহে৷ লক্ষণীয়ভাৱে ক’ভিড টিকাকৰণ অভিযান সন্দর্ভত যাতে ছ’চিয়েল মিডিয়াত অপপ্রচাৰ সৃষ্টি নহয়, সেই ক্ষেত্রতো নজৰ দিব ৰাজ্যৰ কমিটীসমূহে৷ কেন্দ্রীয় স্বাস্থ্য