Category: Assamese News

কলাক্ষেত্ৰত উপস্থিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী

কলাক্ষেত্ৰত উপস্থিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী

কলাক্ষেত্ৰত উপস্থিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী। পুৱা ১০.২৫বজাত নেতাগৰাকী উপস্থিত হয় কলাক্ষেত্ৰত। গগৈৰ নশ্বৰ দেহত প্ৰণাম জনাই জনালে শেষ শ্ৰদ্ধা। উল্লেখ্য যে, তৰুণ গগৈৰ মৃত্যুৰ লগে লগে এগৰাকী শিক্ষক হেৰুৱালো

“অসমৰ প্ৰথম মানুহ, যি মোক দম দিলেও মোৰ ভাল লাগে”- আৱেগিক হৈ এইদৰে ক’লে জুবিনে

“অসমৰ প্ৰথম মানুহ, যি মোক দম দিলেও মোৰ ভাল লাগে”- আৱেগিক হৈ এইদৰে ক’লে জুবিনে

“মাজে মাজে মোক দম দিয়ে। তেওঁৰ দমটো আকৌ ভাল লাগে। অসমত প্ৰথম মানুহ তেওঁ চাগে, যিয়ে দম দিলেও ভাল লাগে।”– সোমবাৰে জিএমচিএইচত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ সৈতে কটোৱা

দুধনৈত চাঞ্চল্যকৰ ডকাইতি কাণ্ড, ফ্লিপকাৰ্ট ডেলিভাৰী কেন্দ্ৰত পিষ্টল দেখুৱাই লুটি নিলে কেইবা লক্ষাধিক টকা

দুধনৈত চাঞ্চল্যকৰ ডকাইতি কাণ্ড, ফ্লিপকাৰ্ট ডেলিভাৰী কেন্দ্ৰত পিষ্টল দেখুৱাই লুটি নিলে কেইবা লক্ষাধিক টকা

দুধনৈত সংঘটিত এক ডকাইতি কাণ্ডই সমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। দুধনৈৰ ডামৰা ৰোডত থকা ইনষ্টাকাৰ্ট ছাৰ্ভিচ প্ৰাইভেট লিমিটেড ( ফ্লিপকাৰ্টৰ)ৰ ডেলিভাৰী কেন্দ্ৰত নিশা সংঘটিত হয় এই ডকাইতি। মুখত মাস্ক পৰিহিত

তৰুণ গগৈৰ শেহতীয়া স্বাস্থ্যৰ আপডেটঃ এই মূহূৰ্তৰ পৰা সকলো ভগৱানৰ ওপৰত নিৰ্ভৰ কৰিবঃ মন্ত্ৰী হিমন্ত

তৰুণ গগৈৰ শেহতীয়া স্বাস্থ্যৰ আপডেটঃ এই মূহূৰ্তৰ পৰা সকলো ভগৱানৰ ওপৰত নিৰ্ভৰ কৰিবঃ মন্ত্ৰী হিমন্ত

দ্ৰুত অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য। সোমবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ ল’বলৈ পত্নী, কন্যা আৰু পুত্ৰৰ সৈতে গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত উপস্থিত হ’ল স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পিছত