Category: Assamese News

‘কা’ মানি নলয় বাইডেনে!

‘কা’ মানি নলয় বাইডেনে!

বিশ্বজুৰি ব্যাপক জল্পনা-কল্পনা। কোন হব হোৱাইট হাউছৰ পৰৱৰ্তী উত্তৰাধিকাৰী? শুকুৰবাৰৰ নিশা লৈকে এটা কথা প্ৰায় স্পষ্ট হৈছে, যে বিশ্বৰ সবাতোকৈ উন্নত দেশখনৰ ৰাষ্ট্ৰপ্ৰধান হোৱাৰ দিশে আগবাঢ়িছে জো বাইডেন। যদিহে বাইডেন আমেৰিকাৰ ৰাষ্ট্ৰপতি

সংকটমুক্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

সংকটমুক্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

বৰ্তমান সংকটমুক্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত দুদিন পূৰ্বে ভৰ্তি কৰা হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক। তাৰপাছত মঙলবাৰে সংকটমুক্ত হোৱা কথা জানিবলৈ দিয়ে তেওঁৰ চিকিৎসা কৰা চিকিৎসকৰ দলটোৱে। প্ৰাক্তন

দেশত পুনৰ বাঢ়িছে কোৰোনাৰ প্ৰকোপ

দেশত পুনৰ বাঢ়িছে কোৰোনাৰ প্ৰকোপ

দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি পাইছে। বিগত ২৪ঘন্টাত ৫০হাজাৰো অধিক লোক আক্ৰান্ত হৈছে কোৰোনাত। এই সময় খিনিত ৫৭৭গৰাকী লোকৰ মৃত্যু হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি বিগত ২৪ঘন্টাত

অসমত ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি, তীব্ৰ প্ৰতিক্ৰিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসমত ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি, তীব্ৰ প্ৰতিক্ৰিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্যত নাভূত-নাশ্ৰুত ঘটনা। বদৰুদ্দিন আজমলৰ সমৰ্থকে দিলে পাতিস্তান জিন্দাবাদ ধ্বনি। এনে ৰাষ্ট্ৰদ্ৰোহীৰ সকলৰ বিৰুদ্ধে এতিয়া সৰব হৈ উঠিছে জনতা। এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ। টুইটযোগে প্ৰতিক্ৰিয়া

আজমলৰ সমৰ্থকৰ ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি

আজমলৰ সমৰ্থকৰ ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি

শিলচৰ বিমান বন্দৰত বদৰুদ্দিন আজমলৰ সমৰ্থকৰ পাকিস্তান জিন্দাবাদ ধ্বনি।আজি গুৱাহাটীৰ পৰা শিলচৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে একাংশ সমৰ্থকে দিলে দেশদ্ৰোহিতাৰ পৰিচয়। তাৰ পাছতে বিমান বন্দৰত সৃষ্টি হয়