Category: Assamese News

অসম-মিজোৰাম সীমান্তৰ উত্তেজনা সম্পৰ্কত প্ৰধানমন্ত্ৰীৰে আলোচনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

অসম-মিজোৰাম সীমান্তৰ উত্তেজনা সম্পৰ্কত প্ৰধানমন্ত্ৰীৰে আলোচনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

অসম-মিজোৰামৰ সীমান্তত হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অসম–মিজোৰামৰ সীমান্তত সৃষ্টি হোৱা উত্তেজনাৰ আঁৰত কংগ্ৰেছৰ হাত থকাৰ অভিযোগ বিজেপিৰ মুখপাত্ৰ তথা বোকাজান সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিনৰ। মিজোৰামত থকা অসমীয়া লোক সম্পূৰ্ণৰূপে সুৰক্ষিত থাকিব বুলিও কয় বিজেপিৰ ৰাজ্যিক মুখপাত্ৰৰ দায়িত্বত থকা ডাঃ নোমল মমিনে।

‘প্রভাৱশালী’ বিজেপি কর্মী ৰাজীৱ পৰাশৰক আটক ক্রাইম ব্রাঞ্চৰ

‘প্রভাৱশালী’ বিজেপি কর্মী ৰাজীৱ পৰাশৰক আটক ক্রাইম ব্রাঞ্চৰ

এছ আই নিযুক্তি কেলেংকাৰিক লৈ জোকাৰণি সৃষ্টি হৈ থকাৰ সময়তে শুকুৰবাৰে পুনৰ আন এক ভূকম্পৰ সৃষ্টি কৰিছে ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত হোৱা নিযুক্তি কেলেংকাৰিয়ে। শুকুৰবাৰে নিশাৰ ভাগত অসম আৰক্ষীৰ ক্রাইম ব্রাঞ্চে পঞ্চায়ত আৰু গ্রামোন্নয়নৰ নিযুক্তি কেলেংকাৰিত জড়িত থকাৰ অভিযোগত আটক কৰে বিজেপি কর্মী ৰাজীৱ পৰাশৰক৷ উল্লেখ্য যে ৰাজীৱ পৰাশৰ

কোৰোণাত আক্ৰান্ত তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই

কোৰোণাত আক্ৰান্ত তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই

তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই কোভিড–১৯ত আক্ৰান্ত হৈছে। বৃহস্পতিবাৰে লাভলীনাৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইটালী ভ্ৰমণৰ প্ৰাকমুহূৰ্তত লাভলীনাৰ দেহত ধৰা পৰিল কোভিড পজিটিভ। গুৱাহাটীৰ পৰা উভতি যোৱাৰ পিছতেই পাটিয়ালাত লাভলীনাৰ দেহত ধৰা পৰিছে কোভিড। সংবাদ মাধ্যমক এই কথা জনাইছে ছাই–এ। সম্প্ৰতি নতুন দিল্লীৰ বাট্ৰা হাস্পতালত ভৰ্তি কৰোৱা হৈছে লাভলীনাক। লাভলীনাৰ

ড০ সমুজ্জল ভট্টাচাৰ্যৰে কোনো সংঘাত নাই বুলি ঘোষণা আছু সভাপতিৰ

ড০ সমুজ্জল ভট্টাচাৰ্যৰে কোনো সংঘাত নাই বুলি ঘোষণা আছু সভাপতিৰ

যি সময়ত আছুৰ মজিয়াত প্ৰথমবাৰৰ বাবে ড০ সমুজ্জল ভট্টাচাৰ্য আৰু আছু নেতৃত্বৰ সংঘাত সম্পৰ্কত সদ্য আছু ত্যাগী সীমান্ত ঠাকুৰীয়া সহ একাংশই মুকলি বিদ্ৰোহ ঘোষণা কৰি আছুৰ মজিয়াত বৰ ভূঁইকম্প ৰ সৃষ্টি কৰিছে সেই সময়তে আজি মৰিগাঁও ত আছুৰ সভাপতি দীপাংক নাথে ঘোষণা কৰিলে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্যৰ সৈতে

আছুৰ ৰাজনৈতিক দল সুৰেখা চিঞাহীৰ দৰে

আছুৰ ৰাজনৈতিক দল সুৰেখা চিঞাহীৰ দৰে

ৰাজ্যৰ মিত্রজোঁট চৰকাৰৰ অন্যতম অংশীদাৰ তথা প্রধান আঞ্চলিক দল অসম গণ পৰিষদৰ (অগপ) ৩৬সংখ্যক প্রতিষ্ঠা দিৱস বুধবাৰে যোৰহাট জিলাৰ দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তর্গত ওপৰ দেউৰী গাঁৱত কেন্দ্রীয়ভাৱে অনুষ্ঠিত কৰা হয়৷ ওপৰ দেউৰী গাঁৱৰ ৰাজহুৱা ৰংগ মঞ্চত আয়োজিত প্রতিষ্ঠা দিৱসৰ অনুষ্ঠানস্থলীলৈ সভাপতি তথা মন্ত্রী অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি