বিহাৰৰ নিৰ্বাচনত এনডিএ ১২৫ খন আসন লাভ কৰাৰ লগতে বিজেপিয়ে অকলে ৭৪ খন আসনত জয়লাভ কৰে । বিহাৰ নিৰ্বাচনত বিজয়ৰ বাবে বিহাৰৰ জনতাৰ আশীৰ্বাদত লোকতন্ত্ৰই পুনৰ এবাৰ বিজয় সাব্যস্ত কৰিলে
Category: Assamese News
ফলাফল প্ৰকাশ নহওতেই পৰাজয় স্বীকাৰ কৰিলে নীতিশ কুমাৰ নেতৃত্বাধীন JDUৰ দলে। দলটোৰ এগৰাকী প্ৰবক্তা কে চি ত্যাগীয়ে শেহতীয়াকৈ সংবাদমাধ্যমৰ আগত কয় যে, তেজস্বী যাদৱ নহয় প্ৰাকৃতিক পৰিঘটনাইহে আমাক পৰাজিত কৰিছে।
গুৱাহাটীঃ এতিয়াৰে পৰা ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক হ’ব আধাৰ কাৰ্ড। ৰাজ্যত অধ্যয়ন কৰি থকা ছবছৰৰ পৰা ওঠৰ বছৰ বয়সৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবেই বাধ্যতামূলক হ’ব আধাৰ। এই ক্ষেত্ৰত অসমৰ শিক্ষা বিভাগে
বোম্বে উচ্চ ন্যায়ালয়ে ২০১৮ চনৰ এজন ইনটেৰিয়ৰ ডিজাইনাৰ আত্মহত্যাৰ এক গোচৰৰ সৈত সম্পৰ্ক থকাৰ অভিযোগতল গ্ৰেপ্তাৰ হোৱা ৰিপাব্লিক টিভি সম্পাদক অৰ্ণৱ গোস্বামীৰ অন্তৰ্ৱৰ্তী জামিনৰ আবেদন প্ৰত্যাখান কৰিছে। গোস্বামী আৰু আন
হোজাই: সুৰেন বৰুৱা ৰিপোৰ্ট: আকৌ হোজাই জিলাৰ জামুমণ্ডলত ৰেলৰ খুন্দাত এজন যুবকৰ মৃত্যু ৰেল পথৰ দাঁতিত তেজেৰে লুতুৰী পুতুৰী অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। মৃতদেহটো পৰিচয় উদ্ধাৰ হোৱাত তেলিবস্তিৰ সৌৰভ দেৱনাথ