Category: Assamese News

মহানগৰীৰ বজাৰত মিঠাইৰ দাম দুগুণ বৃদ্ধি, গাখীৰৰ দাম বৃদ্ধিৰ অজুহাত

মহানগৰীৰ বজাৰত মিঠাইৰ দাম দুগুণ বৃদ্ধি, গাখীৰৰ দাম বৃদ্ধিৰ অজুহাত

সমাগত শাৰদীয় দুর্গোৎসৱ৷ ক’ৰোনা সৃষ্টি পৰিৱেশৰ মাজতেই বিভিন্ন সমস্যাক নেওচি ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে মহানগৰীত বসবাস কৰা হিন্দু ধর্মাৱলম্বী লোকসকলে অনুষ্টুপিয়াকৈ পূজাৰ আয়োজন কৰা পৰিলক্ষিত হৈছে৷ শাৰদীয় দুর্গোৎসৱৰ প্রাক মুহূর্তত অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি কৰি গ্রাহকক মাধমাৰ শোধাইছে৷ অত্যাৱশ্যকীয় সামগ্রীৰ সমান্তৰালভাৱে মহানগৰীৰ বজাৰত উপলব্ধ প্রতিবিধ মিঠাইৰো মূল্য দুগুণ বৃদ্ধি

লাডাখত ভাৰতীয় সেনাই বন্দী কৰিলে চীনা সৈনিক

লাডাখত ভাৰতীয় সেনাই বন্দী কৰিলে চীনা সৈনিক

ভাৰত-চীনৰ সংঘাতৰ মাজতে আজি বন্দী কৰা হৈছে এগৰাকী চীনা সৈন্যক। ভাৰতীয় সেনা সূত্ৰৰ পৰা জানিব পৰা মতে, পিপলছ লিবাৰেচন আৰ্মীৰ উক্ত সেনা জোৱানজনে ভাৰত-চীন সীমাৰেখা অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰা অৱস্থাত চুমাৰ-ডেমচুক অঞ্চলত কৰায়ত্ত কৰে ভাৰতীয় সেনাই। অৱশ্যে সেনা বাহিনীৰ ফালৰ পৰা কোৱা হৈছে যে চীনা সেনাজনে ভুলক্ৰমে ভাৰতত প্ৰৱেশ

IPL ত মহিলা নে পুৰুষ আম্পায়াৰ! কলকাতা- হায়দৰাবাদ মেচত আলোচনাৰ কেন্দ্রবিন্দু এইগৰাকী আম্পায়াৰ

IPL ত মহিলা নে পুৰুষ আম্পায়াৰ! কলকাতা- হায়দৰাবাদ মেচত আলোচনাৰ কেন্দ্রবিন্দু এইগৰাকী আম্পায়াৰ

আন্দ্রে ৰাছেল, ডেভিড ৱার্নাৰ, ৰশিদ খান বা পেট কামিন্স৷ দুই দলত আছিল বহুকেইজন তাৰকা৷ কিন্তু দেওবাৰে নিশা আবু ধাবিত কলকাতা বনাম হায়দৰাবাদৰ মেচৰ আৰম্ভণিৰে পৰা সকলোৰে চকু কাঢ়ি নিলে এগৰাকী আম্পায়াৰে৷ দেখাত ৰকষ্টাৰ, তেওঁৰ নাম পশ্চিম পাঠক৷ বহুতেই পশ্চিম পাঠকক মহিলা আম্পায়াৰ বুলি ভাবি ভুল কৰিছিল। তেনে সময়তে কিছুক্ষণৰ পাছতেই

এইবাৰ কংগ্ৰেছ চৰকাৰ নাহিলে নিজৰ কাণ কাটি পেলাব আৰ পি শৰ্মাই!

এইবাৰ কংগ্ৰেছ চৰকাৰ নাহিলে নিজৰ কাণ কাটি পেলাব আৰ পি শৰ্মাই!

প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই নিজৰ কাণ কাটি পেলাব যদিহে কংগ্ৰেছ কৰ্মীসকলে ত্যাগ স্বীকাৰ কৰি কাম কৰি যোৱাৰ পিছতো কংগ্ৰেছ চৰকাৰ নাহে। উদাহৰণস্বৰূপে এগৰাকী মাতৃয়ে কেঁচুৱা জন্ম দিয়াৰ আগৰ বেদনা আৰু জন্ম পোৱাৰ পিছৰ সুখৰ কথা উল্লেখ কৰে আৰ পি শৰ্মাই। বাইহাটা চাৰিআলিত কংগ্ৰেছৰ এখন সাংগঠনিক সভাত এইদৰে উল্লেখ কৰে

ৰিপাব্লিক টিভিৰ কৰ্ম-কাণ্ডত অসন্তুষ্ট BARC, অপ প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান

ৰিপাব্লিক টিভিৰ কৰ্ম-কাণ্ডত অসন্তুষ্ট BARC, অপ প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান

অৰ্ণৱ গোস্বামীৰ ৰিপাব্লিক টিভিৰ ওপৰত এইবাৰ অসন্তুষ্টি ব্যক্ত কৰিছে ব্ৰডকাষ্ট অডিয়েন্স ৰিচাৰ্ছ কাউঞ্চিত চমুকৈ BARCএ। গোপনীয়তা ভংগ আৰু অপপ্ৰচাৰৰ বাবে ৰিপাব্লিক টিভিৰ বিৰুদ্ধে ক্ষোভ উজাৰে বাৰ্কে। এক বিশেষ বিবৃতিৰ জৰিয়তে বাৰ্ক ইণ্ডিয়াই কয় যে, তদন্ত প্ৰক্ৰিয়া চলি থকাৰ সময়ত বাৰ্কোকৰ ফালৰ পৰা কোনো ধৰণৰ মন্তব্য দিয়া নাই। লগতে তদন্ত প্ৰক্ৰিয়াত