Category: Assamese News

ধনৰ বিনিময়ত চাকৰিঃ মৰিগাঁওৰ আৰক্ষী অধীক্ষক ড০ নন্দ সিং বৰকলাৰ  তৎপৰতাত গ্ৰেপ্তাৰ হ’ল দালাল দেৱজিৎ লস্কৰ

ধনৰ বিনিময়ত চাকৰিঃ মৰিগাঁওৰ আৰক্ষী অধীক্ষক ড০ নন্দ সিং বৰকলাৰ  তৎপৰতাত গ্ৰেপ্তাৰ হ’ল দালাল দেৱজিৎ লস্কৰ

গুৱাহাটী: যি সময়ত ৰাজ্যৰ লাখ লাখ নিবনুৱাই আৰক্ষীৰ চাকৰিত সোমাবলৈ অশেষ শাৰীৰিক মানসিক কষ্ট কৰিছে সেই সময়তে একাংশ দালালৰ বাবে বাৰে বাৰে বিঘ্নিত হৈছে নিযুক্তি প্ৰক্ৰিয়া। মৰিগাঁও ত আজিৰে পৰা অনুষ্ঠিত হৈছে অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া। পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰথম দিনাই মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড০ নন্দ সিং বৰকলাৰ

দৰং জিলা প্রশাসনৰ উদ্যোগত গান্ধী জয়ন্তী উদযাপন

দৰং জিলা প্রশাসনৰ উদ্যোগত গান্ধী জয়ন্তী উদযাপন

দৰং জিলা প্ৰশাসনৰ উদ্যোগত মহামানৱ মহাত্মা গান্ধীৰ ১৫১ সংখ্যক গান্ধী জয়ন্তী দিন যোৰা কাৰ্যসূচীৰে মঙলদৈতো উদযাপন কৰা হয় l এই উদ্দেশ্যে শুক্ৰবাৰে পুৱা ছয় বজাত জিলা তথ্য আৰু জনসংযোগ বিভাগৰ জৰিয়তে ভজন পৰিবেশন, ৮-৩০ বজাত উপায়ুক্ত কায্যলয় প্ৰাঙ্গণত থকা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত জিলা উপয়ুক্ত দিলীপ কুমাৰ বৰা সহ দৰঙৰ

মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীক স্মৰণ গুৱাহাটী ABVPৰ

মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীক স্মৰণ গুৱাহাটী ABVPৰ

গুৱাহাটী: সমগ্ৰ দেশজুৰি আজি মহামানৱ মহাত্মা গান্ধীৰ ওপজা দিন “গান্ধী জয়ন্তী” আৰু ভাৰতবৰ্ষৰ দ্বিতীয় প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ ওপজা দিনটো পালন কৰে বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানে|গুৱাহাটীতো আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ তৰফৰ পৰা গান্ধী মন্দপত আয়োজন কৰা হয় “গান্ধী জয়ন্তী” উপলক্ষে বিশেষ অনুষ্ঠান| কোৰোণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি

২২ নৱেম্বৰত অনুষ্ঠিত হ’ব SI লিখিত পৰীক্ষা

২২ নৱেম্বৰত অনুষ্ঠিত হ’ব SI লিখিত পৰীক্ষা

গুৱাহাটী: অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ বাতিল হোৱা লিখিত পৰীক্ষাৰ পুনৰ দিন ঘোষণা।অহা ২২ নৱেম্বৰত অনুষ্ঠিত হ’ব পৰীক্ষা।প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে এই কথা ঘোষণা কৰিলে অসম আৰক্ষীৰ নিযুক্তি বৰ্ডে। উল্লেখ যে যোৱা ২০ ছেপ্টেম্বৰত প্ৰশ্ন কাকত ফাদিলৰ পিছত বাতিল হৈছিল পৰীক্ষা। ৫৯৭টা পদৰ বাবে অনুষ্ঠিত হ’ব পৰীক্ষা। উল্লেখ যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৩০

নতুন দল গঠন হোৱা সন্দৰ্ভত কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

নতুন দল গঠন হোৱা সন্দৰ্ভত কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

গুৱাহাটী: অসমৰ ৰাজনৈতিক দলসমূহ একত্ৰিত হোৱা উচিত। এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে সকলো ৰাজনৈতিক দল একত্ৰিত হওঁক। নিৰ্বাচনী সভা সকলোবোৰ দলৰ নাম ক’ব লাগিলে কৰবাত ভুল হৈ যাব। ২০-২৫টা দলৰ নাম ল’লে অসুবিধাৰ সৃষ্টি হ’ব। হাৰিবলগীয়া গোটেই কেইটা দলেই। গতিকে সকলো ৰাজনৈতিক দলক একলগ হ’বলৈ আহ্বান জনালে