Category: Assamese News

নগাঁও জিলাৰ জুৰীয়াৰ এজন সমাজ কৰ্মীৰ মৃত্যুক লৈ শোকাকুল জুৰীয়া ৷

নগাঁও জিলাৰ জুৰীয়াৰ এজন সমাজ কৰ্মীৰ মৃত্যুক লৈ শোকাকুল জুৰীয়া ৷

নগাঁও জিলাৰ জুৰীয়াৰ এজন সমাজ কৰ্মী তথা জনপ্ৰিয় সাংস্কৃতিক বান লোক ও ব্যৱসায়ীৰ মৃত্যুক লৈ শোকাকুল হৈ পৰিছে সমগ্ৰ জুৰীয়াৰ অসমীয়া সমাজ ৷ মহামাৰী কৰোণাত আক্ৰান্ত হৈ GNRC ত চিকিৎসাধানী হৈছিল ৰবিন বৰা দেৱ ৷ দুটা দিন অতিক্ৰম কৰাৰ পাছত তেওঁৰ শৰীৰত অষ্কিজেনৰ পৰিমাণ হ্ৰাস পোৱাত ভেন্টিলেচনত দিয়া হয় ৰবিণ

৫ দিনৰ আৰক্ষীৰ জিম্মালৈ দিবন ডেকা:বিজেপিৰ প্ৰাথমিক সদস্যৰ পদৰ পৰা নিলম্বন

৫ দিনৰ আৰক্ষীৰ জিম্মালৈ দিবন ডেকা:বিজেপিৰ প্ৰাথমিক সদস্যৰ পদৰ পৰা নিলম্বন

গুৱাহাটী: ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ এছ আই কেলেংকাৰীৰ অন্যতম খলনায়ক দিবন ডেকা।ইতিমধ্যে আদালতৰ পৰা ক্ৰাইম ব্ৰাঞ্চে নিজৰ জিম্মাত লৈছে দিবন ডেকাক। জানিব পৰা মতে,আৰক্ষীয়ে ৭ দিনৰ জিম্মাত বিচাৰিছিল দিবন ডেকাক।বুধবাৰৰ নিশা পাটাছাৰকুছিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল দিবন ডেকাক।দিবন ডেকাক আৰক্ষীৰ বিশেষ শাখাৰ এছ অ ইউৰ লকআপত ৰখোৱা হৈছিল। তাৰপাছত দিবন

কৃষক মুক্তি সংগ্রাম সমিতিয়ে কাইলৈ ঘোষণা কৰিব নতুন আঞ্চলিক দলৰ নাম

কৃষক মুক্তি সংগ্রাম সমিতিয়ে কাইলৈ ঘোষণা কৰিব নতুন আঞ্চলিক দলৰ নাম

গুৱাহাটী: নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ বাবে প্রস্তুতি প্রায় সম্পূর্ণ কৰিছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে৷ মুঠ ৭০টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ সন্মিলিত নেতৃত্বত কৃষক মুক্তি সংগ্রাম সমিতিয়ে এটা ঐক্যবদ্ধ, আপোচহীন, প্রগতিশীল, সুস্থ জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দল গঠনৰ বাবে সাজু হৈছে৷ বুধবাৰে গুৱাহাটীত এখন সংবাদ মেলত কৃষক মুক্তিৰ সভাপতি ভাস্ক’ ডি শইকীয়াই

বিগত ১০ দিনে ক’ত লুকাই আছিল SI কেলেংকাৰীৰ অভিযুক্ত দিবন ডেকা?

বিগত ১০ দিনে ক’ত লুকাই আছিল SI কেলেংকাৰীৰ অভিযুক্ত দিবন ডেকা?

গুৱাহাটী: SI কেলেংকাৰীৰ মূল অভিযুক্ত দিবন ডেকাৰ আত্মসমৰ্পণ। নিশা প্ৰায় ১১.৪৫ বজাত আত্মসমৰ্পণ কৰে দিবনে। পাটাছাৰকুছিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিবনক। নলবাৰীৰ বৰভাগৰ বিভিন্ন প্ৰান্তত আত্মগোপন কৰি আছিল দিবনে। নিশাৰভাগত ঠাই সলনি কৰিব বিচৰাৰ সময়তে আৰক্ষীৰ জালত পৰে অভিযুক্ত দিবন। নিশাই দিবনক আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়লৈ লৈ অনা হয়। SBৰ

প্ৰতিদিনে ৯৫ ধৰ্ষণৰ ঘটনা ভাৰতত

প্ৰতিদিনে ৯৫ ধৰ্ষণৰ ঘটনা ভাৰতত

গুৱাহাটী: দেশ জোকাৰি যোৱা নিৰ্ভয়া কাণ্ডৰ পিছতো দেশত হ্ৰাস পোৱা নাই যৌন উৎপীড়নৰ ঘটনা। ২০১২ চনৰ নিৰ্ভয়া কাণ্ডৰ পিছত দেশজুৰি প্ৰবল প্ৰতিবাদ হোৱাৰ সময়ত ধাৰণা কৰা হৈছিল যে বলাৎকাৰৰ বিষয়টোক লৈ দেশৰ সৰ্বসাধাৰণ লোক সজাগ হৈছে। কিন্তু সেয়া ভুল বুলি প্ৰমাণ কৰিলে শেহতীয়াকৈ ঘটা হাথৰস কাণ্ডই। ইণ্ডিয়া টুডে’ই চলোৱা এক