সংসদৰ অধিৱেশন। তাতেই আকৌ বাজেট দাখিল কৰিব। সেই সময়ত সাংসদসকলে বাজেটক লৈ ব্যস্ত থাকিব লাগে। প্ৰশ্ন উত্থাপন কৰিব লাগে বাজেটৰ ওপৰত। কিন্তু ইয়াৰ মাজতেই সাংসদৰ এটা কাণ্ডই সকলোৰে চকু কপালত উঠাইছে। বাজেট অধিৱেশন চলি থাকোঁতেই সাংসদৰ চকু স্মাৰ্টফোনত।স্মাৰ্টফোনত সাংসদে কি চাই আছে ইমান মনোযোগেৰে। জানিলে আচৰিত হ’ব আপুনি, কাৰণ ইমান
Category: Assamese News
যোৰহাটৰ ককিলামুখৰ ৰূপক দত্ত নামৰ যুৱক এজনৰ পৰা যোৰহাট আৰক্ষীয়ে নিশা জব্দ কৰে বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ । যুৱকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৫৫ ৰাউণ্ড গুলি সহ এটা ৯ এম এম পিষ্টল আৰু এটা. ২২ ৰিভ’লভাৰ । ৰূপকে মাৰাণস্ত্ৰ আৰু গুলি সমূহ যোৰহাটৰ পূবেৰুণ পথৰ এটা ভাড়াঘৰত থৈ দিছিল। উল্লেখ্য যে,এক
অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষা বাতিল। ছচিয়েল মিডিয়াত ভাইৰেল হ’ল প্ৰশ্নকাকত। আজি ৰাজ্যজুৰি অনুষ্ঠিত হৈছিল পৰীক্ষা। ভুৱা প্ৰতিশ্ৰুতিৰে অসম আৰক্ষীত কোনো লোকে চাকৰি দিব নোৱাৰে বুলি চৰ্চিত হোৱাৰ সময়তে আজি ভাইৰেল হৈ পৰিল প্ৰশ্নকাকত। একাংশ চাকৰি প্ৰত্যাশীৰ প্ৰতি এয়া চৰম হতাশাজনক খবৰ। নিয়মীয়া বাৰ্তা
নগাঁও আৰক্ষীয়ে আজি বিয়লি এক গোপন সুত্ৰৰ পমখেদি কেঁকো সাপসহ ৯জন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অভিযান চলাই নগাওঁ চহৰৰ ধিং গেটৰ পৰা কেঁকো সাপসহ চোৰাং ব্যৱসায়ী কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰাং ব্যৱসায়ী কেইটা হ’ল
অসম চৰকাৰৰ পৰিবহন, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে ঘোষণা কৰে যে অসম চৰকাৰে ২লাখ অসমৰ চাহ খেতিয়কক ভূমি পট্টা প্ৰদান কৰিব । সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত অসম চৰকাৰৰ মন্ত্ৰীজনে ঘোষণা কৰে যে অহা ৫অক্টোবৰত অসম চৰকাৰে প্ৰায় ৬০,০০০ খিলঞ্জীয়া নাগৰিকক ভূমি পট্টা প্ৰদান কৰিব । ইয়াৰ আগতে প্ৰায় ৪৫,০০০