Category: Assamese News

BREAKING: দৰং জিলাত ১৪৪ ধাৰা জাৰি

BREAKING: দৰং জিলাত ১৪৪ ধাৰা জাৰি

সমগ্ৰ দৰং জিলাখনত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডাধীশে তৎকালীনভাৱে বলবৎ হোৱাকৈ সমগ্ৰ জিলাতে ১৪৪ ধাৰা জাৰি কৰিছে । এই অনুসৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো শোভাযাত্ৰা, ধৰ্ণা অনুষ্ঠিত কৰা বা পথ অৱৰোধ কৰা বা উপায়ুক্তৰ কাৰ্যালয়ত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশ বা কাৰ্যালয়ৰ ১০০ মিটাৰ ব্যাসাৰ্ধ পৰ্যন্ত অনাৱশ্যকীয় সমাগম

AJPৰ নেতাই দুদিন পিছত বিজেপিতে যোগদান কৰিব : হিমন্ত বিশ্ব শৰ্মা

AJPৰ নেতাই দুদিন পিছত বিজেপিতে যোগদান কৰিব : হিমন্ত বিশ্ব শৰ্মা

ভাৰতীয় জনতা পার্টীৰ নেতা হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদ সম্পৰ্কে বহু বিদ্ৰূপ ভৰা মন্তব্য কৰে ৷ হিমন্ত বিশ্ব শর্মাই কয় – ‘এওঁলোক ইমান দিনে গুৱাহাটীত বহি আছিল৷ সাংবাদিক মেল কৰি থকা কামটো আটাইতকৈ সহজ কাম, এতিয়া ৰাইজৰ মাজত যাওক, শিকক বুজক৷ তেওঁলোকক ৰাজনীতি কৰিব

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পথত দেবব্ৰত শইকীয়া

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পথত দেবব্ৰত শইকীয়া

দুই এদিনতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰূপে প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ তথা বৰ্তমানৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াক নিযুক্তি দিয়া হ’ব। কংগ্ৰেছৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে,অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কগৰাকীয়ে দিয়া প্ৰতিবেদনৰ ভিত্তিত দেৱব্ৰত শইকীয়াক হাইকামাণ্ডে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰূপে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে,দিল্লীত বাহৰ পাতি আছে

গুৱাহাটীত অনলাইন দেহ ব্যৱসায়, সুন্দৰী যুৱতীৰ ফটো দি আকৰ্ষিত কৰে গ্রাহকক

গুৱাহাটীত অনলাইন দেহ ব্যৱসায়, সুন্দৰী যুৱতীৰ ফটো দি আকৰ্ষিত কৰে গ্রাহকক

গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত দীর্ঘদিন ধৰি নাৰী দেহৰ ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ এইবাৰ এটা চক্ৰই ছ’চিয়েল মিডিয়াৰ জৰিয়তে সুন্দৰী যুৱতীৰ ফটো গ্রাহকলৈ পঠিয়াই নাৰী দেহৰ বেহা চলাই আহিছিল৷ মহানগৰ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত কালি হাতীগাঁও আৰক্ষীয়ে ঘোঁৰামৰাত অভিযান চলাই এটা নাৰী দেহ ব্যৱসায়ী চক্রক উৎখাত কৰিবলৈ

কৰণাৰ সজাগতাৰ বাবে এইবাৰ ওলাই আহিল মঙলদৈৰ সাংবাদিক সকল

কৰণাৰ সজাগতাৰ বাবে এইবাৰ ওলাই আহিল মঙলদৈৰ সাংবাদিক সকল

মাস্ক পৰিধান নকৰা সকলৰ হাতত তুলি দিলে একোখনকৈ মাস্ক | মঙলদৈ ইলেকট্ৰনিক মিডিয়া ফৰামৰ উদ্যোগত আজি কৰুণাৰ এক সজাগতা যাত্ৰা আৰম্ভ হয় | কালৰূপী কৰণা দৰঙত তীব্রৰুপ ধাৰণ কৰাৰ লগতে কেবাজনৰো প্রাণ কাঢ়ি নিলে | জিলাখনত কৰোনা ৰোগীৰ সংখ্যা প্রায় চাৰি হাজাৰৰ দিশে | এনে এক জটিল পৰিস্থিতিৰ মাজতো একাংশ