১৬ জুনঃ এগৰাকী অসমীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ হ’ল ৰাজধানী চহৰ নতুন দিল্লীত। বিশেষ সূত্ৰে জানিব পৰা মতে, ফাৰ্মী বৰা নামৰ অসমীয়া যুৱতীগৰাকীৰ মৃতদেহ দিল্লীৰ ছত্তৰপুৰত থকা ভাৰাঘৰত উদ্ধাৰ কৰা হৈছে। যুৱতীগৰাকীয়ে দিল্লীত এটা ব্যক্তিগত কোম্পানীত চাকৰি কৰি আছিল। অসমৰ তিনিচুকীয়া নিৱাসী ফাৰ্মী বৰাই ভগ্নীৰ সৈতে বিগত বহু বছৰ ধৰি দিল্লীত
Category: Assamese News
জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সদৌ অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদে। নুনমাটিত ঋতুপৰ্ণ পেগু নামৰ লোকজনক নিৰ্মমভাৱে হত্যা কৰা ঘটনাক লৈ সাংবাদিক মনজিৎ মহন্তই সাম্প্ৰদায়িক মন্তব্য কৰা বুলি অভিযোগ উত্থাপন কৰি সংগঠনটোৱে নগাঁও সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে । সাংবাদিকগৰাকীৰ বিৰুদ্ধে শীঘ্ৰে
গুৱাহাটী: দেওবাৰে প্রতিভাৱান যুৱ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ উদ্ধাৰ হ’ল বান্দ্রাৰ নিজৰ বাসগৃহত ৷ মুম্বাই আৰক্ষীৰ ডিচিপি অভিষেক ত্রিমুখেই জনোৱা মতে, সুশান্তই আত্মহত্যা কৰা বুলি প্রাথমিক তদন্তত নিশ্চিত কৰা হৈছে৷ শেহতীয়াকৈ মুম্বাই আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, এই আত্মহত্যাৰ ঘটনা সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে শীঘ্ৰে অভিনেতাজনৰ প্ৰেয়সী ৰিয়া চক্ৰবৰ্তীক সোধপোছ
পলি ৰোডৰ আনন্দ নগৰৰ পৰা গ্ৰেপ্তাৰ ড্ৰাগচ মাফিয়াক । ধৃত ড্ৰাগচ মাফিয়াটো হৈছে ছৰিফুল হুছেইন । ধৃত ছৰিফুলৰ পৰা আৰক্ষীয়ে জব্দ কৰে ব্ৰাউন চুগাৰ , কণ্টেইনাৰৰ লগতে নিচাজাতীয় দ্ৰব্য । ইফালে মোৱামাৰী অঞ্চলটো অভিযান চলাই আৰক্ষীয়ে গাঞ্জাসহ আন এজন লোকক কৰায়ত্ত কৰে । ধৃত লোকজনৰ নাম হৈছে জহিৰুল ইছলাম ।
GUWAHATI: In view of sudden spike on Covid 19 positive cases in Assam, Health and Family Welfare Minister Dr. Himanta Biswa while giving a brief overview of the steps taken by his department, said that in the next 3-4 days 15 more diagnostic centres will be empowered to ramp up