Advertisement

Category: Assamese News

ৰেচন কার্ড প্রদানৰ নামত লাখ লাখ টকা সংগ্রহ

ৰেচন কার্ড প্রদানৰ নামত লাখ লাখ টকা সংগ্রহ

চৰকাৰে ৰাজহুৱা বিতৰণ ব্যৱস্থা (পিডিএছ)ক স্বচ্ছ আৰু নিকা কৰাৰ বাবে আঁচনি গ্রহণ কৰিছে৷ পিডিএছৰ অধীনৰ অত্যাৱশ্যকীয় খাদ্য–সামগ্রী যোগান হিতাধিকাৰীসকলৰ মাজত বিতৰণ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ চৰকাৰে আধুনিকীকৰণৰ যাৱতীয় কাম–কাজ অব্যাহত ৰাখিছে৷

হাউলীত হানী ট্রেপিঙত জড়িত পাঁচ যুৱকক গ্রেপ্তাৰ আৰক্ষীৰ

হাউলীত হানী ট্রেপিঙত জড়িত পাঁচ যুৱকক গ্রেপ্তাৰ আৰক্ষীৰ

বৰপেটা জিলাৰ হাউলী থানাৰ আৰক্ষীয়ে যোৱানিশা প্রায় ২ বজাত হানী ট্রেপিং চক্রৰ সৈতে জডিত ৫জন যুৱকক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ যুৱককেইজনে হাউলী নগৰৰ এজন প্রতিষ্ঠিত ব্যৱসায়ীৰ গোপন ভিডি’ সংগ্রহ কৰি

ছাগলীয়াত আইপিএলৰ তিনি জুৱাৰীক গ্রেপ্তাৰ

ছাগলীয়াত আইপিএলৰ তিনি জুৱাৰীক গ্রেপ্তাৰ

ধুবুৰী জিলাৰ পশ্চিমবংগ সীমান্তৰ ছাগলীয়া আৰক্ষীয়ে যোৱানিশা অভিযান চলাই আই পি এলৰ তিনি জুৱাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত জুৱাৰীজনৰ ঘৰ ছাগলীয়া দ্বিতীয় খণ্ড গাঁৱত৷ ছাগলীয়াত আই পি এলৰ অবৈধ জুৱা চলি

যুদ্ধজাহাজত নিযুক্তি দিব ২ মহিলা বিষয়াক

যুদ্ধজাহাজত নিযুক্তি দিব ২ মহিলা বিষয়াক

ইতিহাস সৃষ্টিৰে প্রথমবাৰৰ বাবে মহিলা বিষয়াক ভাৰতীয় যুদ্ধ জাহাজত মোতায়েন কৰা হ’ব৷ ভাৰতীয় নৌবাহিনীত লিংগ বৈষম্য আঁতৰ কৰাৰ লক্ষ্যৰে বাহিনীৰ যুদ্ধ জাহাজত দুগৰাকী ছাব–লেফটেনেণ্ট মহিলা বিষয়া শীঘ্রেই নিযুক্তি দিব৷ ইতিমধ্যে

আৰক্ষীত চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰা মহিলাক গ্ৰেপ্তাৰ

আৰক্ষীত চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰা মহিলাক গ্ৰেপ্তাৰ

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদত নিযুক্তি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ এগৰাকী মহিলা৷ অসম আৰক্ষী অপৰাধ শাখাই উলুবাৰীৰ ‘ইৰিগেছন কলনি’ত অভিযান চলাই যোগমায়া ব্ৰহ্ম নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে।জানিব পৰা মতে,মহিলাগৰাকী