Advertisement

Category: Assamese News

আৰক্ষীৰ উপ পৰিদৰ্শক চাকৰিৰ প্ৰশ্ন কাকত কেলেংকাৰীৰ আন এজন অভিযুক্ত জয়দেৱ বৰুৱাক গ্ৰেপ্তাৰ

আৰক্ষীৰ উপ পৰিদৰ্শক চাকৰিৰ প্ৰশ্ন কাকত কেলেংকাৰীৰ আন এজন অভিযুক্ত জয়দেৱ বৰুৱাক গ্ৰেপ্তাৰ

তিনিচুকীয়া: ২৬ চেপ্টেম্বৰঃ অসম আৰক্ষীৰ উপ পৰিদৰ্শক চাকৰিৰ নিযুক্তিৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কেলেংকাৰীত জড়িত থকাৰ অপৰাধত আজি তিনিচুকীয়াৰ পৰা এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । জানিব পৰা মতে, গুৱাহাটীৰ পৰা

মুছলিম যুৱতীয়ে দাহ কৰিলে হিন্দু যুৱকৰ মৃতদেহ

মুছলিম যুৱতীয়ে দাহ কৰিলে হিন্দু যুৱকৰ মৃতদেহ

গুৱাহাটী: তেজৰ সম্পৰ্কতকৈও গাঢ় হয় কিছুমান হৃদয়ৰ সম্পৰ্ক৷ তাকেই যেন প্ৰমাণ কৰিলে শিৱসাগৰৰ মুস্কান বেগমে৷ এজনী ইছলামধৰ্মী ছোৱালী হৈয়ো শ্মশানত এজন হিন্দু যুৱকক অন্তিম সংস্কাৰ কৰে মুস্কানে৷ তেজৰ সম্পৰ্ক নথকা

ক’ভিড নিগেটিভ ৰিপৰ্ট লৈহে দৰ্শন কৰিব পাৰিব কামাখ্যা দেৱালয়

ক’ভিড নিগেটিভ ৰিপৰ্ট লৈহে দৰ্শন কৰিব পাৰিব কামাখ্যা দেৱালয়

ক’ৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিগত কেইবামাহো ধৰি বন্ধ হৈ আছে কামাখ্যা দেৱালয়ৰ দুৱাৰ। বৃহস্পতিবাৰৰ  পৰা প্ৰশাসনে দেৱালয়ৰ দুৱাৰ খোলাৰ নিৰ্দেশ দিছিল যদিও এই সন্দৰ্ভত এক সংবাদমেলৰ আয়োজন কৰে দলৈ সমাজে। এতিয়াৰে

ৰেচন কার্ড প্রদানৰ নামত লাখ লাখ টকা সংগ্রহ

ৰেচন কার্ড প্রদানৰ নামত লাখ লাখ টকা সংগ্রহ

চৰকাৰে ৰাজহুৱা বিতৰণ ব্যৱস্থা (পিডিএছ)ক স্বচ্ছ আৰু নিকা কৰাৰ বাবে আঁচনি গ্রহণ কৰিছে৷ পিডিএছৰ অধীনৰ অত্যাৱশ্যকীয় খাদ্য–সামগ্রী যোগান হিতাধিকাৰীসকলৰ মাজত বিতৰণ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ চৰকাৰে আধুনিকীকৰণৰ যাৱতীয় কাম–কাজ অব্যাহত ৰাখিছে৷