Category: Assamese News

বাণিজ্য শাখাৰ স্থান প্ৰাপ্ত শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থী-

বাণিজ্য শাখাৰ স্থান প্ৰাপ্ত শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থী-

গুৱাহাটী: অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পুৱা ৯ বজাত ঘোষণা কৰিলে এই চূড়ান্ত পৰীক্ষাৰ ফলাফল৷ আজি ঘোষণা হোৱা বাণিজ্য শাখাৰ স্থান প্ৰাপ্ত শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থী হৈছে- প্ৰথম স্থান শীৰ্ষ স্থান দখল কৰিছে- কৃষ্ণা মহেশ্বৰী, ছল্ট ব্ৰুক একাডেমী, মুঠ নম্বৰ লাভ কৰিছে- ৪৭১ দ্বিতীয় স্থান হৰপ্ৰীত কৌৰ, সোণাৰী জুনিয়ৰ কলেজ,

বিজ্ঞান শাখাৰ স্থান প্ৰাপ্ত শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থী

বিজ্ঞান শাখাৰ স্থান প্ৰাপ্ত শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থী

গুৱাহাটী: অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পুৱা ৯ বজাত ঘোষণা কৰিলে এই চূড়ান্ত পৰীক্ষাৰ ফলাফল৷ আজি ঘোষণা হোৱা বিজ্ঞান শাখাৰ স্থান প্ৰাপ্ত শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থী হৈছে- প্ৰথম স্থান শীৰ্ষ স্থান দখল কৰিছে বৰপেটাৰ আনন্দ ৰাম বৰুৱা একাডেমীৰ অবিনাশ কলিতাই। অবিনাশে লাভ কৰিছে সৰ্বমুঠ ৪৮৬ নম্বৰ। দ্বিতীয় স্থান- নায়িমা ফিৰ্দুচ

কলা শাখাৰ স্থান প্ৰাপ্ত শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থী-

কলা শাখাৰ স্থান প্ৰাপ্ত শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থী-

গুৱাহাটী: অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পুৱা ৯ বজাত ঘোষণা কৰিলে এই চূড়ান্ত পৰীক্ষাৰ ফলাফল৷ আজি ঘোষণা হোৱা কলা শাখাৰ স্থান প্ৰাপ্ত শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থী হৈছে- প্ৰথম স্থান পূবালী ডেকা (৪৮১), পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, দৰং শ্ৰদ্ধা বৰগোহাঁই (৪৮১), ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও দ্বিতীয় স্থান কাশ্মিৰী দাস (৪৭৭), বৰপেটা

ঘন জংঘলত পুতি থোৱা অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ

ঘন জংঘলত পুতি থোৱা অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ

গুৱাহাটী: ওদালগুৰি আৰক্ষীৰ সফলতা | ঘন জংঘলত পুতি থোৱা অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ | দুটা এ কে ৪৭, দুটা এ কে ৫৬, মেগজিন আৰু সজীৱ গুলী উদ্ধাৰ | ওদালগুৰি জিলা হেড কোৱাৰটাৰ এ এচ পিৰ নেতৃত্বত হোৱা অভিযানত উদ্ধাৰ হয় অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ |

বৃহস্পতিবাৰে ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল:কেনেদৰে লাভ কৰিব ফলাফল…

বৃহস্পতিবাৰে ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল:কেনেদৰে লাভ কৰিব ফলাফল…

গুৱাহাটী: ক’ৰ’না আতংকৰ মাজতে বৃৃহস্পতিবাৰে ঘোষণা কৰা হ’ব চলিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল।পুৱা ৯ বজাত শিক্ষা সংসদে প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল পদ্ধতিত ঘোষণা কৰিব ফলাফল।কলা,বিজ্ঞান আৰু বাণিজ্যিক শাখাত একেলগে ঘোষণা কৰা হ’ব ফলাফল। ফলাফল ঘোষণাৰ বাবে সংসদে নিৰ্ধাৰণ কৰিছে ১৪টা ৱেবছাইট- www.ahsec.nic.in www.asssamresult.in www.schools9.com www.results.shiksa www.newsnation.inw ww.newsstate.com www.indiaResults.com www.iResults.net