Category: Assamese News

সাংবাদিক মনজিৎ মহন্তৰ বিৰুদ্ধে গোচৰ ৰুজু

সাংবাদিক মনজিৎ মহন্তৰ বিৰুদ্ধে গোচৰ ৰুজু

জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সদৌ অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদে। নুনমাটিত ঋতুপৰ্ণ পেগু নামৰ লোকজনক নিৰ্মমভাৱে হত্যা কৰা ঘটনাক লৈ সাংবাদিক মনজিৎ মহন্তই সাম্প্ৰদায়িক মন্তব্য কৰা বুলি অভিযোগ উত্থাপন কৰি সংগঠনটোৱে নগাঁও সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে । সাংবাদিকগৰাকীৰ বিৰুদ্ধে শীঘ্ৰে

সুশান্তৰ আত্মহত্যা সন্দৰ্ভত শীঘ্ৰে প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীক সোধপোছ কৰিব মুম্বাই আৰক্ষীয়ে

সুশান্তৰ আত্মহত্যা সন্দৰ্ভত শীঘ্ৰে প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীক সোধপোছ কৰিব মুম্বাই আৰক্ষীয়ে

গুৱাহাটী: দেওবাৰে প্রতিভাৱান যুৱ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ উদ্ধাৰ হ’ল বান্দ্রাৰ নিজৰ বাসগৃহত ৷ মুম্বাই আৰক্ষীৰ ডিচিপি অভিষেক ত্রিমুখেই জনোৱা মতে, সুশান্তই আত্মহত্যা কৰা বুলি প্রাথমিক তদন্তত নিশ্চিত কৰা হৈছে৷ শেহতীয়াকৈ মুম্বাই আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, এই আত্মহত্যাৰ ঘটনা সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে শীঘ্ৰে অভিনেতাজনৰ প্ৰেয়সী ৰিয়া চক্ৰবৰ্তীক সোধপোছ

ড্ৰাগচৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান ।

ড্ৰাগচৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান ।

পলি ৰোডৰ আনন্দ নগৰৰ পৰা গ্ৰেপ্তাৰ ড্ৰাগচ মাফিয়াক । ধৃত ড্ৰাগচ মাফিয়াটো হৈছে ছৰিফুল হুছেইন । ধৃত ছৰিফুলৰ পৰা আৰক্ষীয়ে জব্দ কৰে ব্ৰাউন চুগাৰ , কণ্টেইনাৰৰ লগতে নিচাজাতীয় দ্ৰব্য । ইফালে মোৱামাৰী অঞ্চলটো অভিযান চলাই আৰক্ষীয়ে গাঞ্জাসহ আন এজন লোকক কৰায়ত্ত কৰে । ধৃত লোকজনৰ নাম হৈছে জহিৰুল ইছলাম ।

দৰঙৰ স্থানপ্ৰাপ্ত ধৃতিৰাজ-ভৃগু মোহনক সম্বৰ্ধনা প্রদেশ কংগ্ৰেছৰ

দৰঙৰ স্থানপ্ৰাপ্ত ধৃতিৰাজ-ভৃগু মোহনক সম্বৰ্ধনা প্রদেশ কংগ্ৰেছৰ

মকছেদ আলি: সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান অধিকাৰ কৰা দৰঙৰ বৰমপুৰ জাতীয় বিদ্যালয়ৰ ছাত্র ধৃতিৰাজ বাস্তব কলিতাৰ ঘৰত আজি প্রদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দল উপস্থিত হৈ কৃতী ছাত্ৰজনক সম্বৰ্ধনা জনোৱাৰ উপৰি ছাত্র জনক এটা লেপটপ উপহাৰ দিয়ে । প্ৰাক্তন মন্ত্ৰী বসন্ত দাসৰ নেতৃত্বত যোৱা কংগ্ৰেছৰ দলটোৱে ধৃতিৰাজ