Category: Assamese News

বাঘবৰ সমষ্টিত আজমল ফাণ্ডেশ্যনৰ পৰা এক হাজাৰ দুখীয়া পৰিয়ালক সাহায্য বিতৰণ

বাঘবৰ সমষ্টিত আজমল ফাণ্ডেশ্যনৰ পৰা এক হাজাৰ দুখীয়া পৰিয়ালক সাহায্য বিতৰণ

সমগ্ৰ বিশ্বৰ লগতে ভাৰত বৰ্ষতো COVID-19 ৰ বাবে লক ডাউন দিয়া হয় , যাৰ ফলত দুখীয়া কৃষক, শ্ৰমিক সকলে খাদ্য বস্তুৰ অভাৱত জীয়াতু ভুগিব লগা হৈছে ,যাৰ প্ৰতি লক্ষ্য ৰাখি আজি বাঘবৰ সমষ্টিত আজমল ফাণ্ডেশ্যনৰ ফালৰ পৰা এক হাজাৰ দুখীয়া পৰিয়ালক সাহায্য বিতৰণ কৰে | বাঘবৰ সমষ্টি এই আই ইউ

মন্দিয়া দিঘীৰপামৰ‌ ৰাস্তাৰ কাঠৰ দলং নিৰ্মাণত লেহেমীয়া

মন্দিয়া দিঘীৰপামৰ‌ ৰাস্তাৰ কাঠৰ দলং নিৰ্মাণত লেহেমীয়া

ছফিকুল ইছলাম: মন্দিয়া: যোৱা ফেব্ৰুৱাৰী মাহত মন্দিয়াৰ পৰা দিঘীৰ পামলৈ যোৱা ৰাস্তাত থকা কাঠৰ দলং খন মেৰামতি কৰাৰ কাম আৰম্ভ কৰে আৰু জলাশয়ৰ কাষেৰে এখন উপ ৰাস্তাৰ ব্যৱস্থা কৰি দিয়া হয় | নিৰ্মাণৰ কাম চলি থকাৰ সময়তে চৰকাৰে দিয়া লকডাউনৰ বাবে এমাহ দলং নিৰ্মাণৰ কাম বন্ধ হৈ আছিল , চৰকাৰে

আৱদ্ধ হৈ পৰা চতিয়া সমষ্টিৰ ১৩ যুৱকক বিধায়ক পদ্ম হাজৰিকাই নিজা উদ্যোগত আনিলে নিজ ঘৰলৈ

আৱদ্ধ হৈ পৰা চতিয়া সমষ্টিৰ ১৩ যুৱকক বিধায়ক পদ্ম হাজৰিকাই নিজা উদ্যোগত আনিলে নিজ ঘৰলৈ

জামুগুৰিহাটৰ: চন্দন শৰ্মাৰ: অৰুণাচল প্ৰদেশৰ তেজুত কৰ্মৰত তথা নিজ গৃহ শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ দিপলুঙালৈ আহি তিনিচুকীয়াত আৱদ্ধ হৈ থকা ১৩ জন যুৱকক চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আনিলে নিজ গৃহলৈ । উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ তেজুত কৰ্মৰত হৈ আছিল ডিপলুঙা বাগানৰ এই যুৱক সকল । বিভিন্ন অসুবিধাৰ মাজত তেজুত

তামিলনাডুৰ পৰা অহা ১৬ জন যুৱক জামুগুৰিহাটত উপস্থিত৷

তামিলনাডুৰ পৰা অহা ১৬ জন যুৱক জামুগুৰিহাটত উপস্থিত৷

চন্দন শৰ্মা: জামুগুৰিহাট: > জামুগুৰি পৰিপুৰক স্বাস্থ্যকেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰি কোৱাৰেন্টাইন চেন্টাৰলৈ প্ৰেৰণ কৰে যুৱকসকলক৷ > চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত থাকি তদাৰক কৰে সকলো ব্যৱস্থাৰ৷ >বহি:ৰাজ্যৰপৰা অহা যুৱক যুৱতীসকলক ৰাখিবৰ বাবে চতিয়া সমষ্টিত ৫ টাকৈ কোৱাৰেন্টাইন চেন্টাৰ স্থাপন৷ >সমষ্টিটোলৈ প্ৰায় ৬ হাজাৰ যুৱক ঘুৰি অহাৰ সম্ভাৱনা৷

ভয়ংকৰ হত্যাকাণ্ডই কঁপাই তুলিছে ৰাজ্যঃ কেনেদৰে পত্নী–পুত্র–মোমায়েক গুলীয়াই হত্যা কৰিছিল প্রাক্তন জোৱানে ?

ভয়ংকৰ হত্যাকাণ্ডই কঁপাই তুলিছে ৰাজ্যঃ কেনেদৰে পত্নী–পুত্র–মোমায়েক গুলীয়াই হত্যা কৰিছিল প্রাক্তন জোৱানে ?

এক লোমহর্ষক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাই কঁপাই তুলিছে সমগ্র ৰাজ্য৷ ডিব্রুগড়ৰ শুকানপুখুৰী আৰু বগীপুলত (কুমাৰনিছিগাৰ সমীপত) সোমবাৰে পুৱা প্রায় ১১ বজাত শূন্য দূৰত্বৰ পৰা গুলীয়াই তিনিজন লোকক হত্যা কৰি এছএছবিৰ প্রাক্তন জোৱান এজনে উদ্যত পিষ্টল লৈ পলায়ন কৰা ঘটনাই সকলোকে হতভম্ব কৰি তুলিছে৷ চহৰখনৰ আমোলাপট্টি আৰক্ষী চকীৰ অধীনৰ শুকানপুখুৰীত সঞ্জয় দাস