Category: Assamese News

মৰিগাঁওত নিৰ্মাণ কৰা হৈছে লকডাউন পাৰ্ক, কিন্তু কিয়

মৰিগাঁওত নিৰ্মাণ কৰা হৈছে লকডাউন পাৰ্ক, কিন্তু কিয়

বিশ্বজুৰি আতংকৰ অন্য নাম হৈ পৰিছে কোভিড-১৯। এই ভাইৰাছ বিধৰ সংক্ৰমণ ৰোধৰ বাবে ভাৰততো কেন্দ্ৰীয় চৰকাৰে দুমাহ পূৰ্বে ঘোষণা কৰিছিল সম্পূৰ্ণ লকডাউন। এই লকডাউন ৰ সময়ছোৱাত সমগ্ৰ দেশৰ লগতে ৰাজ্য খনতো দেখা গৈছিল এক পৃথক পৰিবেশ। সামাজিক দূৰত্বৰ জৰিয়তে সমগ্ৰ বিশ্ববাসীৰ জীৱন আচৰিত ধৰণে পৰিৱৰ্তন হয় পৰিছিল। বহুজনে এই সময়ছোৱাত

বাঘজানৰ ঘটনা, তিনিচুকীয়াত প্ৰতিবাদী কাৰ্যসূচী

বাঘজানৰ ঘটনা, তিনিচুকীয়াত প্ৰতিবাদী কাৰ্যসূচী

তিনিচুকীয়া, ১ জুন: তিনিচুকীয়া জিলাৰ বাঘজান তৈলখাদৰ ঘটনা সম্পৰ্কত তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত আজি মৰাণ জনজাতিৰ অভিভাৱক সংগঠন, অসম মৰাণ সভাৰ লগতে মহিলা সংগঠন মৰাণ জাতীয় মহিলা পৰিষদৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । কৰ’না ভাইৰাছ মহামIৰীৰ চৰকাৰী নিৰ্দেশনা মানি সামাজিক দূৰত্ব বৰ্তাই হাতে -হাতে প্লে-কাৰ্ড লৈ অইলৰ বিৰুদ্ধে সংগঠন

পিতৃৰ হাততে চিলাপথাৰত ধৰ্ষিতা হ’ল নাবালিকা কন্যা

পিতৃৰ হাততে চিলাপথাৰত ধৰ্ষিতা হ’ল নাবালিকা কন্যা

লিকাবালি সীমান্ত আৰক্ষী চকীৰ অন্তৰ্গত লিকা বালি মিলন পুৰৰ জন ৰাইটয়ে (৪৫) বহুদিনৰ পৰা নিজা ১৫ বছৰীয়া কন্যা ওপৰত চলাই আহিছিল যৌন নিৰ্যাতন। অৱশেষত তিনিমহীয়া অন্তঃসত্বা বুলি জানিব পাৰি হাহাকাৰ লাগে পৰিয়ালটোৰ মাজত। মাতৃয়ে সোধা পোছা কৰাত সমস্ত ঘটনা পোহৰলৈ আহিল। আজি ঘৃণনীয় কাৰ্য সংঘটিত কৰা স্বামী জন ৰাইটৰ বিৰুদ্ধে

SEBA/AHM: SEBA Results 2020 নামৰ Mobile App আৰু ১৪ টা ৱেবছাইটত প্ৰকাশ পাব ফলাফল

SEBA/AHM: SEBA Results 2020 নামৰ Mobile App আৰু ১৪ টা ৱেবছাইটত প্ৰকাশ পাব ফলাফল

SEBA Results 2020 নামৰ Mobile App আৰু ১৪ টা ৱেবছাইটত প্ৰকাশ পাব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল, ৬ জুনত SEBAই ঘোষণা কৰিব ফলাফল। প্ৰথমবাৰৰ বাবে কেৱল ডিজিটেল মাধ্যমৰে ফলাফল ঘোষণা কৰা হব ৱেবচাইট কেইটা হল – sebaonline.org resultsassam.nic.in www.ExamResults.net www.ExamResults.net/assam/ www.IndiaResults.com exametc.com www.newsnation.in www.newsstate.com https://iresults.net AssamJobAlerts.com AssamResult.in www.results.siksha

পাঠশালাত গোলাঘাটৰ ছাত্রীৰ আত্মহত্যা

পাঠশালাত গোলাঘাটৰ ছাত্রীৰ আত্মহত্যা

পাঠশালাত শনিবাৰে নিশা এগৰাকী ছাত্রীয়ে চিপ লৈ আত্মহত্যা কৰে৷ গোলাঘাট নিৱাসী তথা সম্প্রতি পাঠশালা প্রগতি নগৰত পৰিয়ালৰ লোকৰ সৈতে ভাৰাতীয়া হিচাপে বসবাস কৰি থকা বজালী ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্রী ৰূপালী নাথৰ মৃতদেহ বাথৰুমত চিপ লৈ থকা অৱস্থাত যোৱানিশা আৰক্ষীয়ে উদ্ধাৰ কৰে৷ ওচৰ–চুবুৰীয়াই ঘটনাটো সম্পর্কত আৰক্ষীক অৱগত কৰাৰ পাছতে পাঠশালা আৰক্ষী ঘটনাস্থলীত