মাৰাত্মক ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ সংহাৰলীলাত সম্প্রতি জনস্বাস্থ্যৰ সমান্তৰালভাৱে বিধ্বস্ত বিশ্বৰ অর্থনীতি ৷ মাৰাত্মক ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে বলৱৎ হৈ থকা লকডাউনৰ পৰিণতিত বন্ধ হৈ পৰিছে উদ্যোগ–কৃষিখণ্ডৰ উৎপাদন তথা বাণিজ্যিকীকৰণ ৷ পৰিণতিত লক্ষ লক্ষজনে কর্মসংস্থাপন হেৰুৱাই হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ উদ্ভৱ হৈছে৷ বিশ্বৰ অন্যান্য প্রান্তৰ লগতে ভাৰততো শ্রমিক জনতাৰ একেই দুর্দশা৷ কর্মসংস্থাপন
Category: Assamese News
চেলেংহাট, ১৪ মে’: উজনিমুৱা দিল্লী-ডিব্ৰুগড় বিশেষ যাত্ৰীবাহী ৰে’ল যোগে মৰিয়নীত উপস্থিত হ’ল ৩৭ জন যাত্ৰী। বৃহস্পতি বাৰে পুৱা ৫ বজাত মৰিয়নী জংচনত প্ৰবেশ কৰে বিশেষ ৰে’ল খন। মৰিয়নীত উপস্থিত হোৱা যাত্ৰীসকলৰ ভিতৰত গোলাঘাটৰ ১৫ জন, যোৰহাটৰ ১৯ জন, মাজুলীৰ ১ জন আৰু শিৱসাগৰৰ ২ জন।মৰিয়নীত যাত্ৰীসকলক স্বাস্থ্য পৰীক্ষা কৰা পাছতে
গুৱাহাটীৰ ফাঁচী বজাৰ এলেকাত ক’ভিড-১৯ আক্ৰান্ত লোককেইজন বহিঃৰাজ্যৰ ট্ৰাক চালকৰ সংস্পৰ্শলৈ অহাৰ কথা পোহৰলৈ আহিছে। স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি সোমবাৰে ক’ভিড-১৯ ধৰা পৰা মুংৰু চাহানীকে ধৰি আলুৰ গুদামত কাম কৰা লোকসকল বহিঃৰাজ্যৰ পৰা অহা ট্ৰাক চালক বা হেণ্ডিমেনৰ সংস্পৰ্শলৈ আহিছিল। ইপিনে, বুধবাৰে নতুনকৈ চিনাক্ত হোৱা পোন্ধৰজন
ডেইজী শইকীয়াৰ সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মন্ত্ৰী আদিত্য থাকৰেৰ সৈতে বাৰ্তালাপ কৰা বুলি জনাইছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । লগতে মন্ত্ৰী আদিত্য থাকৰেই ডেইজীৰ সৈতে নিজে টেলিফোনত বাৰ্তালাপ কৰি স্বাস্থ্যৰ বুজ লোৱা বুলিও তেওঁ মন্তব্য কৰে । স্বাস্থ্যমন্ত্ৰীগৰীকায়ে সংবাদ মাধ্যমৰ আগত কয়- “ডেইজী শইকীয়াৰ সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মন্ত্ৰী আদিত্য থাকৰেৰ সৈতে
– যোৰহাটত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা – কোৱাৰেণ্টাইন চেণ্টাৰ পৰ্যৱেক্ষণ স্বাস্থ্যমন্ত্ৰীৰ – প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়াৰ সৈতে আলোচনা – পুৱাই JMCHত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰীজন – মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক সংগ দিয়ে সাংসদ কামাখ্যা প্ৰসাদ তাছাই – চিকিত্সক-স্বাস্থ্যকৰ্মীৰে পৃথকে আলোচনাত মিলিত হ’ব স্বাস্থ্যমন্ত্ৰী – কাকডোঙাৰ স্ক্ৰিনিং চেণ্টাৰ পৰিদৰ্শন মন্ত্ৰীৰ