Category: Assamese News

ড্ৰাগচৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান ।

ড্ৰাগচৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান ।

পলি ৰোডৰ আনন্দ নগৰৰ পৰা গ্ৰেপ্তাৰ ড্ৰাগচ মাফিয়াক । ধৃত ড্ৰাগচ মাফিয়াটো হৈছে ছৰিফুল হুছেইন । ধৃত ছৰিফুলৰ পৰা আৰক্ষীয়ে জব্দ কৰে ব্ৰাউন চুগাৰ , কণ্টেইনাৰৰ লগতে নিচাজাতীয় দ্ৰব্য ।

দৰঙৰ স্থানপ্ৰাপ্ত ধৃতিৰাজ-ভৃগু মোহনক সম্বৰ্ধনা প্রদেশ কংগ্ৰেছৰ

দৰঙৰ স্থানপ্ৰাপ্ত ধৃতিৰাজ-ভৃগু মোহনক সম্বৰ্ধনা প্রদেশ কংগ্ৰেছৰ

মকছেদ আলি: সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান অধিকাৰ কৰা দৰঙৰ বৰমপুৰ জাতীয় বিদ্যালয়ৰ ছাত্র ধৃতিৰাজ বাস্তব কলিতাৰ ঘৰত আজি প্রদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দল উপস্থিত হৈ কৃতী

মহানগৰীত এজন চিকিৎসকৰ দেহত ক’ৰোনা

মহানগৰীত এজন চিকিৎসকৰ দেহত ক’ৰোনা

৯ জুনঃ মহানগৰীত আন এজন চিকিৎসক আক্ৰান্ত হৈছে ক’ৰোনাত । গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত ডাঃ বুলেন ফুকন আক্ৰান্ত হৈছে ক’ৰোনাত । বৰ্তমান চিকিৎসকগৰাকীক মহানগৰীৰ MMCH ত ভৰ্তি কৰোৱা হৈছে

চামগুৰি আৰক্ষীৰ এক বৃহৎ সফলতা। দীৰ্ঘদিনে আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰি থকা  ড্ৰাগছ ব্যৱসায়ীক আটক।

চামগুৰি আৰক্ষীৰ এক বৃহৎ সফলতা। দীৰ্ঘদিনে আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰি থকা ড্ৰাগছ ব্যৱসায়ীক আটক।

চামগুৰিৰ বিভিন্ন অঞ্চলত দীৰ্ঘ দিনে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। বিগত কেইবামাহৰ আগত এক গোপন সূত্রৰ পম খেদি চামগুৰি আৰক্ষীৰ লগতে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস আৰু কলিয়াবৰ আৰক্ষী