৭জুনঃ সৰ্বশিক্ষাৰ অধীনত ২৯,৭০১জন টেট শিক্ষকে কাম কৰে। চৰকাৰী শিক্ষকৰ সমহাৰত পায় যদিও বাকী চৰকাৰী সা-সুবিধা পোৱা নাছিল এই শিক্ষকসকলে। এই শিক্ষকসকলৰো কাৰ্যকাল বাহাল থাকিব ৬০বছৰলৈ। তেওঁলোকৰ দৰমহা চৰকাৰী কৰ্মচাৰীৰ
Category: Assamese News
৭জুনঃ ৰাজ্যত ক’ৰোনা আতংকৰ বাবে ৰাজ্যৰ প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাব নগদ ধন। ৰাজ্যৰ শিক্ষা বিভাগে আনন্দৰাম বৰুৱা বঁটাত প্ৰদান কৰা কম্পিউটাৰৰ পৰিবৰ্তে এইবাৰ প্ৰদান কৰিব নগদ ২০ হাজাৰ টকা।
৭জুনঃ সকলো চৰকাৰী বেচৰকাৰী স্কুলত প্ৰথমমানৰ পৰা দশমলৈ বাধ্যতামূলক অসমীয়া বিষয়। বিধানসভাত পাছ কৰা আইনখনত অনুমোদন জনাইছে ৰাজ্যপালে। গতিকে এতিয়াৰ পৰা কেন্দ্ৰীয় বিদ্যালয়তো পঢ়াব লাগিব অসমীয়া ভাষা। অবশ্যে বৰাকৰ বাংলা
নগাঁও জিলাৰ জুৰিয়াৰ শিঙাৰীত শনিবাৰে আৰক্ষীৰ অভিযান ৷ উক্ত অভিযানত আটক চুৰি বাইকসহ দুই বাইক চোৰ ৷ ধৃত বাইক চোৰ দুটা ফাকলি পথাৰৰ আজমল হুচেইন আৰু আজিজুল হক ৷ তেওঁলোকৰ
নলবাৰী জিলাৰ বৰভাগ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ জ্যোতিস্মান দেৱশৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে ৬ গৰাকী কৃতিমান ছাত্র-ছাত্ৰীয়ে শিক্ষাৰ নৱদ্বীপ নলবাৰী