– যোৰহাটত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা – কোৱাৰেণ্টাইন চেণ্টাৰ পৰ্যৱেক্ষণ স্বাস্থ্যমন্ত্ৰীৰ – প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়াৰ সৈতে আলোচনা – পুৱাই JMCHত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰীজন – মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক সংগ দিয়ে সাংসদ কামাখ্যা প্ৰসাদ তাছাই – চিকিত্সক-স্বাস্থ্যকৰ্মীৰে পৃথকে আলোচনাত মিলিত হ’ব স্বাস্থ্যমন্ত্ৰী – কাকডোঙাৰ স্ক্ৰিনিং চেণ্টাৰ পৰিদৰ্শন মন্ত্ৰীৰ
Category: Assamese News
গুৱাহাটী টাইমচ, ১০ মে’ : শনিবাৰে নিশা জুৰীয়া অাৰক্ষী অাৰু নগাঁৱৰ পৰা অহা সীমান্ত অাৰক্ষীৰ দলে ডকাইতৰ বিৰুদ্ধে যৌথ অভিযান চলাই । এই অভিযানত জুৰীয়াৰ চতিয়ান গাওঁৰ পৰা কৰায়ত্ব কৰে ম’ষ্ট ৱান্টেড ডকাইত ইৰচাদ অালী অাৰু ছাইফুল ইছলামক। বিগত ২০১৭ চনত জুৰীয়া আৰক্ষী থানাৰ গোচৰ নম্বৰ .607/17 u/s 148/326/307IPC অভিযোগত
> ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ। > ওৰেনিশা জেৰাৰ পিছত আমিনুলক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে। > তবলিগী জামাতৰ পৰা কৰ’না ভাইৰাছ বিয়পা নাই চৰকাৰে তবলিগী জামাতৰ সুযোগ লৈ মুছলমান বিৰোধী কাম কাজত লিপ্ত হোৱা বুলি ভয়াৱহ অপপ্ৰচাৰত নামিছিল আমিনুল ইছলাম।
অসমত COVID-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি COVID-19ত আক্ৰান্ত অসমৰ আৰু ৮ জন এতিয়ালৈ মুঠ ১৩ জন COVID-19ত আক্ৰান্ত নতুনকৈ চিনাক্ত হোৱা ৮জনেই উজনি অসমৰ বিভিন্ন জিলাৰ | JMCHৰ লেবত ধৰা পৰিছে COVID-19 প’জিটিভ ৮জনেই অংশ লৈছিল নিজামুদ্দিন মাৰ্কাজৰ তবলীকী জামাতত | নতুনকৈ আক্ৰান্ত হোৱা আটাইকেইগৰাকী গোলাঘাট জিলাৰ আক্ৰান্ত: ৱাহিদা বেগম(৩২), দীঘলীপাম,
ক’ৰোনাৰ ভাইৰাছক প্ৰতিহত কৰিবলৈ নিতৌ ন ন পন্থা অৱলম্বন কৰি আহিছে কেন্দ্ৰীয় চৰকাৰে । যিসকল ৰোগীৰ দেহত এই ভাইৰাছৰ লক্ষণ দেখা পোৱা গৈছে সেইসকলক ১৪ দিনৰ বাবে হোম কোৱাৰেণ্টাইন কৰা হৈছে যদিও বহুলোকে মানি চলা নাই চৰকাৰী এই নিয়ম । অৱশ্য়ে হোম কোৱাৰেণ্টাইনত থকা এইসকল ব্যক্তিয়ে যাতে কোনো কাৰণতে বাহিৰত