নলবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ঘৰৰ ভিতৰতে উদ্ধাৰ মাতৃ-পুত্ৰৰ মৃতদেহ। সোমবাৰে নিশা উদ্ধাৰ হোৱা মৃতদেহ কেইটা কবিতা হালৈ আৰু তেওঁৰ কিশোৰ পুত্ৰ হৃষিকেশ কাশ্যপৰ বুলি জানিব পৰা গৈছে। বিশেষভাৱে সক্ষম আছিল ১৫ বছৰীয়া হৃষিকেশ । সোমবাৰে আছিল কিশোৰজনৰ ওপজা দিন। কিন্তু জন্মদিন পালন কৰিব নাপালে হৃষিকেশে। নলবাৰীৰ বৰসৰকুছীত সংঘটিত
Category: Assamese News
সদ্য নিযুক্তিপ্ৰাপ্ত APSC CCE 2022ৰ ফলাফলত পুনৰ বিসংগতিৰ ভয়ংকৰ অভিযোগ। দেওবাৰে সংবাদমেল পাতি তথ্যসহ এই অভিযোগ দাঙি ধৰিলে Fight Against Injustice of APSC নামৰ সংগঠনটোৱে ৷ তেওঁলোকৰ প্ৰশ্ন প্ৰিয়ংকা বৰুৱা কাণ্ডক কিয় গাপ দিছে চৰকাৰে? প্ৰিয়ংকা আখ্যান! APSCৰ জ্ঞাতসাৰেই ACS পদত বাছনি হৈছিল প্ৰিয়ংকা বৰুৱা। কোন বিষয়াই চহী কৰিছিল প্ৰিয়ংকাৰ
📌মাতৃক পৰপুৰুষেৰে দেখি অগ্নিশৰ্মা কন্যা📌ৰাজপথত ইটাৰে ভাঙিলে মাতৃৰ বাহন📌কন্যাৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিল মাতৃ
ৰে’ল ষ্টেচনত দোতাৰা বজাই গান গাই ফুৰা দৃষ্টিহীন মাধৱৰ কুদৃষ্টি পৰিছিল নুনমাটিৰ ছাত্ৰী দুগৰাকীৰ ওপৰত। সৰস্বতী পূজাৰ দিনা সাজি কাছি ওলাই অহা ছাত্ৰী দুগৰাকীয়ে মাধৱৰ WhatsApp পোৱাৰ পাছতে উপস্থিত হৈছিল গুৱাহাটী ৰে’ল ষ্টেচনত। তাৰপৰাই দুচকুৰে নেদেখা মাধৱ দাসে দেখুওৱা সপোন খেদিবলৈ ৰে’ল উঠিছিল ছাত্ৰী দুগৰাকী। কলকাতাত মোটা টকাৰ দৰমহাৰ চাকৰি
মেষ ৰাশি: আজি ব্যৱসায়ৰ বাবে কিছু নতুন পৰিকল্পনা কৰাত আপুনি ব্যস্ত থাকিব, য’ত সফলতা পাব পাৰে। প্ৰেমৰ জীৱন যাপন কৰা লোকসকলে ভাল খবৰ পাব পাৰে। আজি পৰিয়ালৰ কোনো সদস্যক বিশ্বাস কৰাৰ আগতে দুবাৰ ভাবিব লাগিব কাৰণ তেওঁলোকে আপোনাৰ বিশ্বাস ভংগ কৰিব পাৰে। সন্ধিয়া সন্তানৰ পৰা কিছু ভাল খবৰ শুনিব পাৰে।