Category: Assamese News

কাইলৈ গ্ৰেপ্তাৰ হ’ব পাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা!

কাইলৈ গ্ৰেপ্তাৰ হ’ব পাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা!

এফালে দলত অথন্তৰ। এজনৰ পিছত সিজন নেতাৰ কংগ্ৰেছ দলত্যাগ। দলীয় সভাপতি হিচাপে বিপদে লগ এৰা নাই APCCৰ সভাপতি ভূপেন বৰাৰ। ইয়াৰ মাজতে ভূপেন বৰালৈ আন এক বিপদ। কাইলৈ গ্ৰেপ্তাৰ হ’ব পাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। ভূপেন কুমাৰ বৰাক চমন জাৰি কৰিলে যোৰহাট আৰক্ষীয়ে। বুধবাৰে ভূপেন বৰা হাজিৰ হ’ব

অহা বছৰৰ পৰা নাথাকিব মেট্ৰিক পৰীক্ষা!

অহা বছৰৰ পৰা নাথাকিব মেট্ৰিক পৰীক্ষা!

অহা বছৰৰ পৰা নাথাকিব মেট্ৰিক পৰীক্ষা! 🔷 এই বছৰ অন্তিমবাৰলৈ অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা। 🔷নতুনত্বৰে অনুষ্ঠিত হ’ব এইবাৰৰ মেট্ৰিক। চাৰিটাকৈ বিষয়ত ব্যৱহাৰ হ’ব OMR SHEET 🔷ক’লা আৰু নীলা ৰঙৰ চিয়াহীৰে লিখিব লাগিবউত্তৰ, ১০ মিনিট পূৰ্বেই পৰীক্ষাকেন্দ্ৰত প্ৰৱেশ কৰিব লাগিব।

ফিল্মফেয়াৰ এৱাৰ্ডত দেশৰ শ্ৰেষ্ঠ অভিনেতা- অভিনেত্ৰীৰ সন্মানেৰে বিভূষিত হ’ল বলীউডৰ জনপ্ৰিয় দম্পতী ৰণবীৰ কাপুৰ, আলিয়া ভাট

ফিল্মফেয়াৰ এৱাৰ্ডত দেশৰ শ্ৰেষ্ঠ অভিনেতা- অভিনেত্ৰীৰ সন্মানেৰে বিভূষিত হ’ল বলীউডৰ জনপ্ৰিয় দম্পতী ৰণবীৰ কাপুৰ, আলিয়া ভাট

স্বামী-স্ত্ৰী দুয়ো লাভ কৰিছে ফিল্মফেয়াৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ সন্মান। ২৮ জানুৱাৰীত গুজৰাটৰ গান্ধী নগৰত অনুষ্ঠিত হয় ৬৯ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডত এইবাৰ কেইবাটাও বঁটাৰে উজলিল বিধু বিনোদ চোপ্ৰাৰ 12 Fail । ৩ অক্টোবৰত মুক্তিলাভ কৰিছিল 12 Fail চিনেমাখন। চম্বলৰ এখন গাঁৱৰ পৰা গৈ দিল্লীৰ মুখাৰ্জী নগৰত ইউ পি এছ চিৰ প্ৰস্তুতি

বীৰ হনুমানৰ কৃপা হোৱা এই সংকেতসমূহ আপুনিও লাভ কৰিছে নেকি..

বীৰ হনুমানৰ কৃপা হোৱা এই সংকেতসমূহ আপুনিও লাভ কৰিছে নেকি..

জীৱনত যদি পোৱা যায়-এইকেইটা সংকেত-তেন্তে বুজিব লাগে বীৰ হনুমানৰ কৃপা আপোনাৰ ওপৰত আছে। বীৰ হনুমানৰ শৰণলৈ যি ব্যক্তি যায়,সেইজনক কোনো বাধায়ে চুব নোঁৱাৰে।কলিযুগত বীৰ হনুমানৰ ভক্তিৰ দ্বাৰাই লোকসকল দুখ আৰু সংকটৰ পৰা ৰক্ষা পাবলৈ সক্ষমহয়। মহাবীৰ হনুমানে সদায়ে নিজৰ ভক্তৰ ৰক্ষা কৰে।যি ব্যক্তি বীৰ হনুমানৰ শৰণলৈ যায়,সেইজনাক কোনো বাধায়ে চুব

প্ৰভূ শ্ৰী ৰাম আৰু বীৰ হনুমানৰ মিলন

প্ৰভূ শ্ৰী ৰাম আৰু বীৰ হনুমানৰ মিলন

বীৰ হনুমান এবাৰ ঋষ্যমুক্ত পৰ্ৱতৰ একেবাৰে শিখৰত বহি আছিল।সেই সময়তে ভগৱান শ্ৰী ৰাম আৰু লক্ষ্মণে দেৱী সীতাক বিচাৰি ঋষ্যমুক্ত পৰ্ৱত পালেহি। সেই পৰ্ৱতৰ শিখৰৰ পৰা বানৰৰ ৰজা সুগ্ৰীৱে তেওঁলোকক দেখা পালে।সুগ্ৰীৱে ভাৱিলে-এয়া বালীয়ে পথোৱা দুজন যুদ্ধা হয়!যি মোক বধ কৰিবলৈ-হাতত ধনু-কাঁড় লৈ আগবাঢ়ি আহিছে। দূৰৰ পৰা দেখাত এই দুয়োজন বহুত