Category: Assamese News

ৰাম লালালৈ হীৰাৰ মুকুট, মূল্য় শুনিলে চকু কপালত উঠিব আপোনাৰ…

ৰাম লালালৈ হীৰাৰ মুকুট, মূল্য় শুনিলে চকু কপালত উঠিব আপোনাৰ…

২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ’ল ৰাম মন্দিৰৰ। ৰাম মন্দিৰৰ গৰ্ভগৃহত প্ৰতিষ্ঠা কৰা হল ৰামলালাৰ মূৰ্তি। এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰল সমগ্ৰ দেশবাসী । লোকেলোকাৰণ্য হৈ পৰিছে ৰাম জন্মভূমি। ৰাম মন্দিৰৰ বাবে দেশ-বিদেশৰ বহু প্ৰান্তৰ পৰা বিভিন্ন ধৰণে দান বৰঙনি আগবঢ়াইছে। ইয়াৰ মাজতে গুজৰাটৰ চুৰাটৰ এজন হীৰা ব্যৱসায়ীয়ে অযোধ্যাৰ ৰাম

আজি শিক্ষাৰ্থীসকলে শিক্ষা ক্ষেত্ৰত ভাল ফলাফল পাব, পৰিয়ালৰ সৈতে বিবাদ শেষ হ’ব, আৰ্থিক লাভৰ সম্ভাৱনা, আপোনাৰ ৰাশিফল পঢ়ক

আজি শিক্ষাৰ্থীসকলে শিক্ষা ক্ষেত্ৰত ভাল ফলাফল পাব, পৰিয়ালৰ সৈতে বিবাদ শেষ হ’ব, আৰ্থিক লাভৰ সম্ভাৱনা, আপোনাৰ ৰাশিফল পঢ়ক

মেষ ৰাশি: আজি এই ৰাশিৰ বাবে ব্যয়বহুল দিন হ’ব। বিদেশী কোম্পানীত কাম কৰি থকা লোকসকলে আজি কোম্পানীৰ পৰা উপহাৰ পাব পাৰে। স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। আমদানি-ৰপ্তানিৰ ব্যৱসায় কৰা লোকসকলে আজি তেওঁলোকৰ ব্যৱসায়ত উত্থান দেখিবলৈ পাব। পৰিয়ালৰ সদস্যৰ সৈতে অলপ দূৰত্বৰ ভ্ৰমণলৈ যাব পাৰিব। আজি যদি আপুনি ক’ৰবাত ধন বিনিয়োগ কৰাৰ

মহানগৰীৰ পানীখাইতিত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু!

মহানগৰীৰ পানীখাইতিত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু!

এখন ব্যক্তিগত হোষ্টেলৰ কোঠাত উদ্ধাৰ হোৱা মৃতদেহক লৈ চাঞ্চল্য! মঙলবাৰে মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পানীখাইতিৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সংঘটিত হৈছে। খবৰ অনুসৰি, পানীখাইতিৰ এখন ব্যক্তিগত হোষ্টেলত আছিল মৃত ছাত্ৰীগৰাকী। মৃত ছাত্ৰীগৰাকীৰ ঘৰ ধেমাজিত বুলি জানিব পৰা গৈছে। ধেমাজিৰ গোগামুখৰ পূববালি গাৱঁৰ বাসিন্দা মৃত

ৰাম মন্দিৰৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠানত উপস্থিত থাকিল সৰ্বভাৰতীয় ইমাম সংগঠনৰ মুখ্য ইমাম

ৰাম মন্দিৰৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠানত উপস্থিত থাকিল সৰ্বভাৰতীয় ইমাম সংগঠনৰ মুখ্য ইমাম

অযোধ্যাত ৰাম মন্দিৰৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠানত উপস্থিত থাকিল সৰ্বভাৰতীয় ইমাম সংগঠনৰ মুখ্য ইমাম ড০ উমেৰ আহমেদ ইলিয়াছি মানৱ ধৰ্মই হৈছে শ্ৰেষ্ঠ ধৰ্ম। আমাৰ বাবে ৰাষ্ট্ৰ সৰ্বপ্ৰথম। অযোধ্যাত ৰাম মন্দিৰৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠানত উপস্থিত হৈ এই মন্তব্য সৰ্বভাৰতীয় ইমাম সংগঠনৰ মুখ্য ইমাম ড০ উমেৰ আহমেদ ইলিয়াছিৰ।

সাধাৰণ ভক্তৰ বাবে মুকলি কৰা হ’ল ৰাম মন্দিৰৰ দুৱাৰ

সাধাৰণ ভক্তৰ বাবে মুকলি কৰা হ’ল ৰাম মন্দিৰৰ দুৱাৰ

মংগলবাৰৰ পৰা সকলো ভক্তয়ে ৰামলালাৰ দৰ্শন কৰিব পাৰিব। আজি পুৱা ৫.৩০ বজাত সম্পন্ন হয় ৰামল্লাৰ শৃংগাৰ আৰু আৰতি। পুৱা ৭ বজাৰ পৰা ৰামলালাৰ দৰ্শন আৰম্ভ হয়। আজি হাজাৰ হাজাৰ ভক্তই শ্ৰীৰামৰ প্ৰতিমূৰ্তিৰ দৰ্শন কৰিব। ইতিমধ্যে ৰামলালাৰ অভিষেকৰ বাবে সহস্ৰাধিক ভক্তই ৰাম নগৰীত উপস্থিত হৈছে। তথ্য অনুসৰি বছৰত ৫ কোটিৰো অধিক