Category: Assamese News

ভাতৰ মাৰৰ আশ্চৰ্যজনক উপকাৰিতাৰ বিষয়ে আপুনি জ্ঞাতনে ?

ভাতৰ মাৰৰ আশ্চৰ্যজনক উপকাৰিতাৰ বিষয়ে আপুনি জ্ঞাতনে ?

পিতৃ-মাতৃসকল শিশুৰ স্বাস্থ্যৰ প্ৰতি খুবেই সচেতন, যিটো একেবাৰে স্বাভাৱিক।শিশুৰ খাদ্য আৰু পানীয়ৰ প্ৰতি অভিভাৱকসকলে সদায়েই বিশেষ মনোযোগ দিয়া উচিত।বিশেষকৈ যেতিয়া আপোনাৰ শিশুটি ৬ মাহতকৈ সৰু হয়। তেওঁলোকক সদায়ে পুষ্টিসমৃদ্ধ আহাৰ প্ৰদান কৰিব লাগে।ইয়াৰ বাবে সকলোয়ে শিশুৰ আহাৰৰ তালিকাত মগু দাইল, খিচিৰি, চুজি আদি অন্তৰ্ভূক্ত কৰে। কিন্তু আন এবিধ এনে খাদ্য

খোৱাত সচেতন নোহোৱাৰ বাবেই বৃদ্ধি হৈছে উশাহ-নিশাহৰ সমস্যা

খোৱাত সচেতন নোহোৱাৰ বাবেই বৃদ্ধি হৈছে উশাহ-নিশাহৰ সমস্যা

হাঁওফাঁওক শৰীৰৰ এক অন্যতম মুখ্য অংশ বুলি গণ্য কৰা হয়। স্বাস্থ্যৱান হাঁওফাঁওৱে আমাক হাপানি, নিউমোনিয়া আদিৰ দৰে বহুতো ৰোগৰ আশংকাৰ পৰা সুৰক্ষিত কৰে। আজিকালি পৰিৱৰ্তনশীল জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যৰ বাবে মানুহৰ হাঁওফাঁও দুৰ্বল হৈ পৰিছে। যাৰ ফলত উশাহ-নিশাহত যথেষ্ট সমস্যাৰ সৃষ্টি হয়। এনে পৰিস্থিতিত হাঁওফাঁও স্বাস্থ্যৱান ৰাখিবলৈ আপুনি আপোনাৰ আহাৰত

চাউলৰ পানীয়ে দূৰ কৰে চুলিৰ এক গুৰুতৰ সমস্যা

চাউলৰ পানীয়ে দূৰ কৰে চুলিৰ এক গুৰুতৰ সমস্যা

শীতকালত আমাৰ দেহাটোৰ লগতে মূৰৰ ছালো শুকান হৈ পৰে।মূৰৰ ছাল শুকান হোৱাৰ ফলত উফিৰ সমস্যা হয়। চুলি সৰা, চুলিৰ উপযুক্ত বিকাশ নোহোৱা আদি বহু সমস্যাৰ কাৰণ হৈছে উফি। উফিৰ পৰা পৰিত্ৰাণ পাবলৈ অধিকাংশই বজাৰৰ নামী-দামী তেল ছেম্পু ব্যৱহাৰ কৰে যদিও সুফল লাভ নকৰে।কিন্তু আপুনি ঘৰতেই মাত্ৰ তিনিটা উপায়ৰে চিৰদিনলৈ দূৰ

এই ঘৰুৱা উপায়ৰে দূৰ কৰক শালমইনাৰ সমস্যা

এই ঘৰুৱা উপায়ৰে দূৰ কৰক শালমইনাৰ সমস্যা

বিয়া, পাৰ্টী বা উৎসৱৰ সময়ত মহিলাসকলে দীৰ্ঘ সময়লৈ মেকআপ ব্যৱহাৰ কৰিবলগীয়া হয়।মেকআপে মুখৰ সৌন্দৰ্য দুগুণে বৃদ্ধি যদিও অধিক মেকআপ ব্যৱহাৰে মুখৰ ছিদ্ৰবোৰ অৱৰুদ্ধ কৰে।যাৰ ফলত শালমইনাৰ সমস্যাই দেখা দিয়ে । বহুসময়ত মেকআপ সামগ্ৰীবোৰ ছালৰ সৈতে খাপ নোখোৱাৰ ফলতো শালমইনা হয়। যদি আপুনিও এনে সমস্যাৰ বাবে অসুবিধাত পৰিছে, তেনেহ’লে তলত উল্লেখ

এইসমূহ ঘৰুৱা প্ৰতিকাৰৰ সহায় লৈ দূৰ কৰক পেটৰ সমস্যা

এইসমূহ ঘৰুৱা প্ৰতিকাৰৰ সহায় লৈ দূৰ কৰক পেটৰ সমস্যা

পৰিৱৰ্তনশীল ঋতুত পেটৰ সমস্যা সঘনাই হয়। বিশেষকৈ পেটৰ বিষ আৰু ডায়েৰিয়া একেলগে হোৱাৰ ফলত পেটৰ অৱস্থা একেবাৰে বেয়া হৈ পৰে। বতৰৰ লগতে ভুল খাদ্যাভ্যাস আৰু লেতেৰা পানীও পেট বেয়া হোৱাৰ অন্যতম প্ৰধান কাৰণ। বতৰ সলনি হোৱাৰ লগে লগে যদি আপোনাৰো পেটৰ সমস্যা বাঢ়ে, তেন্তে আপুনি ঔষধ খোৱাৰ সলনি কিছুমান ঘৰুৱা