অধিক চাপ তথা ম’বাইল স্ক্ৰীণত দীঘলীয়া সময় অতিবাহিত কৰাৰ বাবে অধিকাংশ লোকৰেই ৰাতি টোপনি নাহে। নিশা টোপনিৰ অভাৱে পিছদিনাৰ সকলো কামতে ব্যাঘাত জন্মায়।শেহতীয়া এক গৱেষণাত পোহৰলৈ অহা মতে, ৰাতি দেৰিলৈকে সাৰ পাই থাকিলে ই আমাৰ মানসিক স্বাস্থ্যৰ অৱস্থাও বেয়া কৰি পেলায়। বিশেষজ্ঞসকলৰ মতে, প্ৰতিজন ব্যক্তিৰ বাবেই টোপনি অতি গুৰুত্বপূৰ্ণ। মগজুক
Category: Assamese News
গুৱাহাটী মহানগৰীত এগৰাকী বিধৱা বোৱাৰাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হৈছে চাঞ্চল্য। বোৱাৰীগৰাকীৰ পুত্ৰই এয়া এক সাধাৰণ দুৰ্ঘটনাজনিত ঘটনা বুলি উল্লেখ কৰিছে যদিও আন একাংশই এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে। কিয়নো মহিলাগৰাকীৰ দেহত আঘাতৰ চিন স্পষ্ট। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই বোৱাৰীগৰাকীৰ পৰিয়ালটোৰ কেইবাজনো পুৰুষ সদস্যক ইতিমধ্যে দুৰ্বৃত্তই নৃশংসভাৱে
চৌদিশে ভোগালী বিহুৰ আনন্দত সকলো মতলিয়া হৈ থকাৰ সময়তে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। উৰুকাৰ দিনাই নিৰুদ্দিষ্ট হৈছে এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী। উল্লেখ্য যে, দেওবাৰে উৰুকাৰ দিনাই দীপিকা ৰাউট নামৰ এগৰাকী ১৪ বছৰীয়া কিশোৰী নিৰুদ্দিষ্ট হৈ আছে। এই ঘটনাক কেন্দ্ৰ কৰি বেলতলাৰ বাক্ৰাপাৰা অঞ্চলত চাঞ্চল্য সৃষ্টি হৈছে। চি
ভাৰতীয় পৰম্পৰাগত খাদ্য সম্ভাৰ প্ৰস্তুত কৰোতে যিবোৰ মচলা ব্যৱহাৰ কৰা হয় সেইবোৰৰ ভিতৰত অন্যতম হ’ল ডালচেনি। এইবিধ মচলা খাদ্য সম্ভাৰ প্ৰস্তুত কৰোতে ব্যৱহাৰ কৰিলে পৰোক্ষভাৱে ডায়েবেটিছ প্ৰতিৰোধ কৰাত সহায় কৰে। ‘লিপিডছ ইন হেলথ এণ্ড ডিজিজ’ নামৰ এখন পত্রিকাত ডালচেনিৰ গুণ সম্পৰ্কে বহুতো নতুন নতুন তথ্য প্রকাশ পাইছে।গৱেষকসকলৰ মতে, ডালচেনি খালে
ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে বায়ু প্ৰদূষণে। এক পৰীক্ষাৰ অন্তত গম পোৱা গৈছে যে দীর্ঘসময় ধৰি বায়ু প্ৰদূষণৰ সংস্পৰ্শত থাকিলে মস্তিষ্কৰ সামগ্ৰিক আকৃতি সংকুচিত হৈ পৰে। ফলত মস্তিষ্কৰ বিভিন্ন অংশত পৰিমিত ৰক্ত সঞ্চালনৰ অভাৱত কোষবোৰৰ মৃত্যু ঘটিবলৈ আৰম্ভ কৰে। নিঃশব্দে ইস্কেমিক স্ট্রোক হয়। গবেষণাটোত গম পোৱা গৈছে যে যি মানুহে ৰাস্তাৰ