ৰাজ্যৰ কেতবোৰ গ্ৰামাঞ্চল বিশেষকৈ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলত কাঠ ফুলাৰ দৰে অলিয়েগলিয়ে গঢ়ি উঠিছে একাংশ ফাৰ্মাচী ৷ ৰাইজৰ জীৱনক লৈ হেতালি খেলা এই অবৈধ দৰৱৰ দোকান সমূহক নিয়ন্ত্ৰণ বা বন্ধ কৰাৰ ক্ষেত্ৰত ঔষধ পৰিদৰ্শকৰ চৰম ব্যৰ্থতাই অশনি সংকেত কঢ়িয়াই আনিছে সংশ্লিষ্ট অঞ্চললৈ ৷ ঔষধ পৰিদৰ্শকৰ চৰম হেমাহি আৰু চৰজমিন পৰিদৰ্শন
Category: Assamese News
গুৱাহাটীৰ লাচিত ঘাটত উদ্ধাৰ দুটাকৈ শিশুৰ মৃতদেহ। ৫-৬ মহীয়া শিশু দুটিক গাঁতত পুতিবলৈ চেষ্টা কৰিছিল কোনো লোকে। কিন্তু গাঁত খান্দি নোপোতাকৈ পেলাই থৈ যায় শিশুদুটিৰ মৃতদেহ। মৃত শিশুদুটিৰ এটি ল’ৰা আৰু এজনী ছোৱালীৰ বুলি জানিব পৰা গৈছে। বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত ভৰলুমুখ আৰক্ষীয়ে উদ্ধাৰ কৰে শিশুদুটিৰ মৃতদেহ। ঘটনা সন্দৰ্ভত ভৰলুমুখ আৰক্ষীয়ে
গুৱাহাটী, ১২ জানুৱাৰী: ভাৰতৰ ৩৫ খন ৰাজধানী চহৰৰ ভিতৰত ৩১ নম্বৰ স্থান লাভ কৰা স্বচ্ছ সর্বেক্ষণ বঁটা ২০২৩ ত গুৱাহাটীৰ নিৰাশাজনক প্রদর্শনক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে আম আদমি পার্টীয়ে। এই আতংকজনক ফলাফলে গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা মহানগৰীৰ পৰিস্কাৰ-পৰিচ্ছন্নতা নিশ্চিত কৰিবলৈ আজি দলটোৰ মুখ্য কার্যালয়ত এক সংবাদ মেল যোগে
আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা। পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হ’ব। পৰিষদৰ মুঠ ২৮টা সমষ্টিৰ ভিতৰত ২২টা সমষ্টিৰ হ’ব ভোট গণনা। ৬টা সমষ্টিত ইতিমধ্যে বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয় হৈছে বিজেপি প্ৰাৰ্থী। এইবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ মুঠ ৮৭ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। মুঠ ভোটাৰৰ সংখ্যা ১,৪১,১২৪ গৰাকী। ৬টা সমষ্টিত বিনা
মেষ ৰাশি : আজি দিনটোত আপোনাৰ অধিক খৰচ হ’ব। অনাৱশ্যক খৰচ বৃদ্ধিৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হ’ব। ব্যৱসায়ীসকলে লাভজনক চুক্তি কৰিব পাৰিব। কিন্তু তেওঁ আশা কৰা ধৰণে লাভ নহ’ব। প্ৰেম জীৱনত জড়িত লোকসকলৰ সম্পৰ্কত বাধা আহিব পাৰে। কৰ্মৰত লোকসকল জ্যেষ্ঠ বিষয়াৰ ষড়যন্ত্ৰৰ বলি হ’ব পাৰে। আৰ্থিক স্থিতি দুৰ্বল হ’লেও পৰিয়ালৰ