অৱশেষত সেই সুখবৰটো আহিল। হয়, মাতৃত্বৰ সুখ লাভ কৰিলে টেলিভিছনৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী ৰুবীনা দিলাইকে।ৰবিবাৰে ৰুবীনা আৰু স্বামী অভিনৱ শুক্লাই যমজ কন্যাৰ অভিভাৱক ৰূপে লাভ কৰিলে নতুন পৰিচয়। এই খবৰ ৰুবীনাৰ জীম প্ৰশিক্ষকে প্ৰথমে ছ’চিয়েল মেডিয়াযোগে ৰাজহুৱা কৰে।কিন্তু পাছত তেওঁ এই প’ষ্টটো এডিট কৰে। অৱশ্যে, ই সন্দৰ্ভত বৰ্তমানেও ৰুবীনা-অভিনৱ অথবা
Category: Assamese News
এই বছৰটোত বলীউডৰ বহু চেলিব্ৰেটী বিবাহপাশত আৱদ্ধ হ’ব।শেহতীয়াকৈ আমিৰ খানৰ কন্যা ইৰা খানে তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক নুপুৰ শিখাৰেৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। এই তালিকাত শেহতীয়াকৈ নাম অন্তৰ্ভুক্ত হৈছে অভিনেত্ৰী ৰকুলপ্ৰীত সিং।হয়, অভিনেতা-প্ৰযোজক জেকী ভাগনানীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব এইগৰাকী সুন্দৰী। ৰকুল আৰু জেকীৰ বিয়া হ’ব ২২ ফেব্ৰুৱাৰীত। তেওঁলোকৰ বিয়াৰ
আজিকালি ম’বাইল অবিহনে জীয়াই থকাটো আমাৰ বাবে যেন সপোনৰো অগোচৰ। জ্যেষ্ঠসকলৰ সমান্তৰালকৈ শিশুসকলো ম’বাইলৰ আসক্ত।খাওঁতে-শোওঁতে, উঠোতে-বহুতে সকলো সময়তে আজিকালি আভিভাৱকসকলে সন্তানক ম’বাইলটো হাতত তুলি দিবলগীয়া হয়। কিন্তু শেহতীয়া এক গৱেষণাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য।হয়, এই গৱেষণাত প্ৰমাণ হৈছে যে ১২ বছৰৰ তলৰ ৪২ শতাংশ শিশুৱে দিনে গড়ে দুইৰ পৰা চাৰি
সকলো অভিভাৱকেই তেওঁলোকৰ সন্তান বন্ধুৰ দৰে হোৱাটো বিচাৰে।যাতে সন্তানে সকলো কথায়েই তেওঁলোকৰ সৈতে মুকলিকৈ পাতিব পাৰে, যিকোনো সমস্যা হ’লে যাতে সন্তানে তেওঁলোকৰ সৈতে আলোচনা কৰিব পাৰে। কিন্তু বহুসময়ত সন্তানসকলে তেওঁলোকৰ কথাবোৰ পিতৃ-মাতৃৰ আগত ক’বলৈ সংকোচ কৰে।যদি আপোনাৰ সন্তানেও মিছা কোৱা বা কথাবোৰ লুকুৱাবলৈ আৰম্ভ কৰে, তেনেহ’লে আপুনি অলপ সতৰ্ক হোৱা
কাৰ্বি আংলং জিলাৰ লাংহিনৰ স্বৰগাঁঠি দলঙত বুধবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে AS-02-E-5822 নম্বৰযুক্ত এখন ১২ চকীয়া ট্ৰাকে ফুলনি দিশৰ পৰা ডবকা অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই স্বৰগাঁঠি দলঙত খুন্দা মাৰে আৰু দলঙৰ তলত বাগৰি পৰে। আনহাতে উক্ত দুৰ্ঘটনাৰ খবৰ লাভ কৰাত ডকমকা আৰক্ষী চকীৰ