➡️বিবাহপাশত আবদ্ধ হ’ব ৰশ্মিকা আৰু বিজয়। ➡️ফেব্ৰুৱাৰীতেই দুয়োগৰাকীৰে আঙুঠি পিন্ধোৱা অনুষ্ঠান।
Category: Assamese News
মেষ ৰাশি: শ্ৰীগণেশে কৈছে, আজি আপোনাৰ বাবে প্ৰতিকূল দিন হ’ব। দিনটো ব্যস্ত থাকিব যদিও বেছিভাগ কাম সময়মতে সম্পূৰ্ণ কৰিব নোৱাৰিব। কামৰ বিষয়ত মন অস্থিৰ হৈ থাকিব। আগতে কাৰোবাক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ ভয় থাকিব, ফলত মানসিক চাপ বৃদ্ধি পাব। শীঘ্ৰে টকা উপাৰ্জনৰ মানসিকতাৰ বাবে কিছু লোকচানৰ সৃষ্টি হ’ব পাৰে।
এইবাৰ মকৰ সংক্ৰান্তি অতি গুৰুত্বপূৰ্ণ। ৭৭ বছৰৰ পিছত এইবাৰ মকৰ সংক্ৰান্তিত মিলিব বিৰল ৰবি যোগৰ লগতে বাৰিয়ান যোগ। অহা সোমবাৰে পুনৰ উদযাপন কৰা হ’ব মকৰ সংক্ৰান্তি। হিন্দু পঞ্জিকা অনুসৰি অহা ১৪ জানুৱাৰীত মকৰ সংক্ৰান্তিৰ দিনা দুপৰীয়া ২:৪০ বজাৰ পৰা বৰিয়ান যোগ আৰম্ভ হ’ব। ১৫ জানুৱাৰীৰ নিশা ১১:১০ বজাত ইয়াৰ অন্ত
আমাৰ অতি পৰিচিত এবিধ খাদ্য ঢেকীয়া। ঢেকীয়া বা ফিডলহেড ফাৰ্নছ অসমৰ পৰিৱেশত অতি সহজে হোৱা এবিধ উদ্ভিদ। পৃথিৱীত প্ৰায় ১০ হাজাৰ ঢেকীয়াবৰ্গৰ প্ৰজাতি থকাৰ কথা প্ৰকাশ কৰে বিজ্ঞানীসকল। অৱশ্যে উত্তৰ-পূৰ্বাঞ্চলত ৫ বিধ ঢেকীয়াহে সচৰাচৰ উপলব্ধ। ঢেকীয়াত থাকে শৰীৰৰ উপকাৰী আইৰণ, ফছফৰাছ, প্ৰটিন, ভিটামিন এ, ভিটামিন চি, ভিটামিন ই, বিতা কেৰোটিন,
উদ্ভাৱন আৰু প্ৰযুক্তিগত বিকাশৰ ফলত বহু উদ্যোগ যথাসময়ত বিলুপ্ত হৈ পৰিছে। এই ব্যৱসায় সমূহে পৰম্পৰাগত পদ্ধতি ব্যৱহাৰ কৰাৰ বাবে উন্নীতকৰণত ব্যৰ্থ হ’ল। কিন্তু কিছুমান উদ্যোগে নিজকে উন্নীত কৰি ইয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰি আহিছে। এই গতিশীলতাৰ মাজতো কিছুমান উদ্যোগ ম্লান পৰাৰ সম্ভাৱনা প্ৰায় নাই বুলিয়েই ক’ব পাৰি কিয়নো এই ব্যৱসায় সমূহে