মুছলমানৰ নাম লৈ কু-কাণ্ড সংঘটিত কৰিলে গো-সেৱা পৰিষদৰ নেতাই। দেশত ভয়ানক কাণ্ড সংঘটিত কৰাৰ ভাবুকি দিয়া আলম আনছাৰী আৰু জুবেৰ খান প্ৰকৃততে কোন? তাহৰ সিং আৰু ঔম প্রকাশ মিশ্র নামৰ যুৱকে দিছিল ভাবুকি মেইলৰ জৰিয়তে ৰাম মন্দিৰ আৰু যোগী আদিত্যনাথক আক্ৰমণৰ ভাবুকি দিছিল আলম আনছাৰী আৰু জুবেৰ খান নাম লৈ
Category: Assamese News
মেষ ৰাশি : শ্ৰীগণেশে কৈছে, ঘৰুৱা আরু পেছাগত কাম একেলগে কৰিবলগীয়া হোৱাৰ ফলত সমস্যাত পৰিব। কিন্তু কাৰোবাৰ সহায় লৈ সেই সমস্যা দূৰ কৰিব পাৰিব। নিজৰ ফালৰ পৰা কোনো অভাৱ থাকিলে সন্মান হানি হ’ব পাৰে। মুনাভা বা ক্ষতিৰ কথা নাভাৱি একাধিক কাম কৰিবলৈ সক্ষম হ’ব। আৰ্থিক পৰিস্থিতি স্বাভাৱিক থাকিব। কিন্তু প্ৰয়োজনীয়
এখন বিলাসী হোটেলত এগৰাকী মডেলক হত্যা! যোৱা ২ জানুৱাৰীত হোটেলৰ কোঠাতে ২৭ বছৰীয়া মডেল দিব্যা পাহোজাক হত্যা। কেৱল হত্যা কৰিয়েই ক্ষান্ত থকা নাছিল হত্যাকাৰী। হত্যাকাৰীয়ে দুই সহযোগীক দিছিল মৃতদেহ পেলাই দিয়াৰো ছুপাৰি। আৰু সেই মৰ্মে দুই সহযোগীয়ে লৈছিল মৃতদেহ পেলাই দিয়াৰো দায়িত্ব। যোৱা বুধবাৰে ঘৰৰ পৰা দিব্যালৈ আহি আছিল সঘন
এটা প্ৰকাণ্ড ঢেকীয়াপতীয়াই ত্ৰাসৰ সৃষ্টি কৰিছে নগাঁৱত। বাঘৰ সন্ত্ৰাসৰ বাবেই নগাঁও জিলা আয়ুক্তই জাৰি কৰিছে ১৪৪ ধাৰা। নগাঁও সদৰ বনাঞ্চলিক বিষয়াৰ এলেকানাধীন অঞ্চলত জাৰি ১৪৪ ধাৰা।
পিঁয়াজক বিভিন্ন ৰোগৰ প্রতিৰোধক হিচাপে ব্যৱহাৰ কৰা হয়। পিঁয়াজ কেন্সাৰ ৰোগৰ প্রতিষেধক। ই হৃদযন্ত্ৰ শক্তিশালী কৰে। তাৰোপৰি পিঁয়াজে ৰক্তহীনতা দূৰ কৰাত অনবদ্য ভূমিকা গ্ৰহণ কৰে । ইয়াৰ উপৰিও পিঁয়াজৰ আছে আন বহু ঔষধি গুণ। আধা চামুচ পিঁয়াজৰ ৰস উলিয়াই অকনমান গৰম কৰি কাণত দিলে বিষ উপশম হয়। দুচামুচকৈ পিঁয়াজৰ ৰস