সচৰাচৰ আমি তেজপাত বিভিন্ন খোৱা সামগ্ৰীত মচলা হিচাপে ব্যৱহাৰ কৰো। কিন্তু আপুনি ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে? তেজপাতৰ আছে বহু ঔষধী গুণ। তেজপাতৰ তৰকাৰীৰ লগত খোৱাৰ উপৰি ৰোগৰ ঔষধী গুণাগুণৰ বাবে কেচা বা শুকান পাতৰ ক্কাথ বা ৪/৫টা পাত বা শুকান গুৰি ৩গ্ৰাম পানীত কিছুসময় উতলাই নাইবা চাহৰ নিচিনাকৈ বনাই খাব
Category: Assamese News
বছৰ বছৰ ধৰি বিজ্ঞানীসকলে বিচাৰি আছে উত্তৰ। পৃথিৱীলৈ প্ৰথমতে মুৰ্গী আহিছিল নে কণী? আৰু এই প্ৰশ্নৰ উত্তৰ অৱশেষত বিচাৰি পালে বিজ্ঞানীয়ে। ব্ৰিটেইনৰ বিজ্ঞানীসকলৰ মতে মুৰ্গীহে প্ৰথমে আহিছিল পৃথিৱীলৈ। ব্ৰিটেইনৰ শ্বেফিল্ড আৰু ৱাৰউইক বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এক অধ্যয়ন চলাইছিল এই বিষয়ে। অধ্যয়নৰ লেখক ডঃ কলিন ফ্ৰীমেনে কয় যে বিশ্বজুৰি বিজ্ঞানীসকলে বহু বছৰ
হিম’গ্লবিন শৰীৰৰ কাৰণে অতি গুৰুত্বপূৰ্ণ উপাদান। এই উপাদানৰ কাৰণেই তেজৰ ৰং ৰঙা হয়। বিশ্বত বহু লোকে হিম’গ্লবিনৰ অভাৱত ৰক্তহীনতাত ভোগে। কিন্তু কিছুমান খাদ্য নিয়মিত ভাৱে খালে আমাৰ শৰীৰত হিম’গ্লবিনৰ পৰিমাণ বৃদ্ধি কৰে হয়। সহজভাৱে উপলব্ধ মৰিছা শাকে বৃদ্ধি কৰে হিম’গ্লবিন। শৰীৰত আইৰণৰ অভাৱ কমাবলৈ হ’লে মৰিছা শাক নিয়মিতভাৱে সেৱন কৰা
শীতকালত শুকান বতাহৰ ফলত আমাৰ ছাল শুকান হৈ পৰে। এই দিনকেইটাত তুলনামূলকভাৱে অধিকাংশ লোকেই কম পানী খায়, যাৰ ফলত মুখমণ্ডলৰ সৌন্দৰ্য কমি যায়। আপুনি যিমানেই ময়েশ্চাৰাইজাৰ ব্যৱহাৰ নকৰক কিয়, ছালৰ উজ্জ্বলতা ঘূৰি নাহে। ইয়াৰ কাৰণ হৈছে যে ময়েশ্চাৰাইজাৰত কৃত্ৰিম উপাদান থাকে, যিয়ে ছালক গভীৰভাৱে পুষ্টি প্ৰদান নকৰে। শীতকালত মুখৰ উজ্জ্বলতা
এটা সময় আছিল, যেতিয়া ভাৰতক ‘গাওঁৰ দেশ’ বুলি আখ্যা দিয়া হৈছিল। তেতিয়া বেছিভাগ লোকেই গাঁৱত বাস কৰিছিল। কিন্তু শেহতীয়াকৈ উন্নত শিক্ষাই হওঁক বা সংস্থাপনৰ বাবেই হওঁক, অধিকাংশ লোকেই চহৰত বাস কৰিবলৈ লৈছে।যাৰ ফলত মহানগৰসমূহত জনসংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে।ইয়াৰ সমান্তৰালকৈ মহানগৰত যান-বাহনৰ চলাচলৰ হাৰ আৰু যানজট বহু গুণে বৃদ্ধি পাইছে।যানজটে