Category: Assamese News

গহপুৰৰ ধোপাবৰত ‘চোতালৰ ৰেঙণি’ অনুষ্ঠান সম্পন্ন

গহপুৰৰ ধোপাবৰত ‘চোতালৰ ৰেঙণি’ অনুষ্ঠান সম্পন্ন

গহপুৰৰ ধোপাবৰত ‘চোতালৰ ৰেঙণি’ অনুষ্ঠান সম্পন্ন         গহপুৰ, ২৭ জানুৱাৰীঃ গাঁওসমূহৰ কণ কণ শিশুৰ মনৰ পৰা মঞ্চভীতি দূৰ কৰাৰ উদ্দেশ্যে চোতালকেই মঞ্চ হিচাপে গঢ়ি তোলাৰ এক অনন্য প্ৰয়াস হিচাপে পৰিচিত ‘চোতালৰ ৰেঙণি’ শীৰ্ষক অনুষ্ঠান গহপুৰৰ ধোপাবৰত সফলতাৰে সম্পন্ন হয়। গণতন্ত্ৰ দিৱস দিনাই অনুষ্ঠিত হোৱা এই অনুষ্ঠানে বিগত

অসম সেৱা সমিতিৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন

অসম সেৱা সমিতিৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন

অসম সেৱা সমিতিৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন     সমগ্ৰ দেশৰ লগতে গুৱাহাটীৰ গোপীনাথ নগৰত অৱস্থিত অসম সেৱা সমিতিৰ কাৰ্যালয়তো ৭৭তম গণৰাজ্য দিৱস পৰম উৎসাহ আৰু দেশপ্ৰেমৰ মনোভাৱেৰে উদযাপন কৰা হয়। এই উপলক্ষে সংস্থাটোৰ সভানেত্ৰী ড° হেমপ্ৰভা শইকীয়াই জাতীয় পতাকা উৰুৱায়। পতাকা উৰুৱাৰ পিছত সভানেত্ৰীগৰাকীয়ে উপস্থিত সদস্যসকলক উদ্দেশ্য়ি গণৰাজ্য দিৱসৰ

শংকৰজ্যোতি বৰুৱা সহ আছু , আছা , আটছাৰ একাধিক নেতাৰ বিজেপিত যোগদান

শংকৰজ্যোতি বৰুৱা সহ আছু , আছা , আটছাৰ একাধিক নেতাৰ বিজেপিত যোগদান

শংকৰজ্যোতি বৰুৱা সহ আছু , আছা , আটছাৰ একাধিক নেতাৰ বিজেপিত যোগদান ৷   ৰাষ্ট্ৰবাদী চেতনাৰে উদ্বুদ্ধ হৈ কাম কৰি যাবলৈ আহ্বান সভাপতি দিলীপ শইকীয়াৰ   ড° হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ যাত্ৰাৰ অংশীদাৰ হবলৈ বিজেপিলৈ আহিছোঁ : শংকৰজ্যোতি বৰুৱা   গুৱাহাটী : ২৪ জানুৱাৰী : ১৪.৫০ কোটি প্ৰাথমিক সদস্য আৰু

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মহানুভৱতা। নিজৰ ব্যাক্তিগত ধনেৰে নিৰ্মাণ কৰি দিলে নলবাৰীৰ খাতিকুছি শ’লগুৰি সত্ৰৰ মূল তোৰণ। মন্ত্ৰীগৰাকীক ধন্যবাদ জনালে গাঁওবাসীয়ে

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মহানুভৱতা। নিজৰ ব্যাক্তিগত ধনেৰে নিৰ্মাণ কৰি দিলে নলবাৰীৰ খাতিকুছি শ’লগুৰি সত্ৰৰ মূল তোৰণ। মন্ত্ৰীগৰাকীক ধন্যবাদ জনালে গাঁওবাসীয়ে

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মহানুভৱতাৰ ফলত হাঁহি বিৰিঙি উঠিছে নলবাৰীৰ খাতিকুছিস্থিত ঐতিহাসিক শলগুৰি সত্ৰৰ ভক্ত সমাজৰ মুখত। ভক্তসকলে মনত পুঁহি ৰখা এক দীৰ্ঘদিনীয়া সপোন মন্ত্ৰী বৰুৱাৰ বাবে কম দিনৰ ভিতৰতে বাস্তৱ ৰূপ পাব আৰু ইয়াকে লৈ ভক্ত সমাজে একেমুখ তেওঁৰ

অসমৰ প্ৰেক্ষাপটত ভিবি – জি ৰাম জি আইনৰ মূল বৈশিষ্ট্য আৰু লাভা-লাভ সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে বিশেষজ্ঞৰ আলোচনা সম্পন্ন

অসমৰ প্ৰেক্ষাপটত ভিবি – জি ৰাম জি আইনৰ মূল বৈশিষ্ট্য আৰু লাভা-লাভ সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে বিশেষজ্ঞৰ আলোচনা সম্পন্ন

অসমৰ প্ৰেক্ষাপটত ভিবি – জি ৰাম জি আইনৰ মূল বৈশিষ্ট্য আৰু লাভা-লাভ সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে বিশেষজ্ঞৰ আলোচনা সম্পন্ন প্ৰেছ ইনফৰ্মেচন ব্যুৰ’, (PIB) গুৱাহাটীৰ উদ্যোগত তথা ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ (NIRDPR) উত্তৰ-পূব আঞ্চলিক কেন্দ্ৰৰ সহযোগত আজি গুৱাহাটীত বিকশিত ভাৰত- ৰোজগাৰ আৰু আজীৱিকা নিশ্চয়তা অভিযান (গ্ৰামীণ) [VB G RAM G]