Category: Assamese News

দেশৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ৰীড়াৰ প্ৰসাৰৰ লক্ষ্যৰে ভাৰতীয় খো খো ফেডাৰেচনৰ স্প’ৰ্টছ ফৰ অলৰ সৈতে যৌথ কাৰ্যসূচী

দেশৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ৰীড়াৰ প্ৰসাৰৰ লক্ষ্যৰে ভাৰতীয় খো খো ফেডাৰেচনৰ স্প’ৰ্টছ ফৰ অলৰ সৈতে যৌথ কাৰ্যসূচী

  নতুন দিল্লী, ১৩ ডিচেম্বৰ ঃ ভাৰতীয় খো খো ফেডাৰেচনে সামগ্ৰিকভাবে ৰাষ্ট্ৰীয় স্তৰত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত খো খো খেলৰ ব্যাপক প্ৰচাৰৰ বাবে এক দেশজোৰা কাৰ্যসূচী আৰম্ভ কৰিছে৷ সেই অনুসৰি স্প’ৰ্টছ ফৰ অল [এছ এফ এ] ৰ লগত অংশীদাৰিত্বৰে খো খো ফেডাৰেচনে দেশৰ প্ৰাচীন পৰম্পৰাগত ক্ৰীড়াৰ লগত নতুন প্ৰজন্মক চিনাকি কৰাৰ

প্ৰথম খো খো বিশ্বকাপৰ কাউণ্টডাউন আৰম্ভ; নতুন দিল্লীত দহ ডিচেম্বৰৰ পৰা ভাৰতীয় দলৰ শিবিৰ

প্ৰথম খো খো বিশ্বকাপৰ কাউণ্টডাউন আৰম্ভ; নতুন দিল্লীত দহ ডিচেম্বৰৰ পৰা ভাৰতীয় দলৰ শিবিৰ

  নতুন দিল্লী, ৬ ডিচেম্বৰ ঃ অহা ২০২৫ চনৰ ১৩-১৯ জানুৱাৰীলৈ ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব বিশ্বকাপ খো খো প্ৰতিযোগিতা৷ নতুন দিল্লীৰ আই জি আই ষ্টেডিয়ামত হ’বলগা প্ৰতিযোগিতাখনৰ বাবে ভাৰতীয় দলটো বাচনি কৰিবলৈ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ [ছাই] আৰু কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যান বিভাগে দেশৰ ৰাজধানীত এক অনুশিলন শিবিৰৰ আয়োজন

২০২৫লৈ কাৰাগাৰতে থাকিব লাগিব চুমি বৰা! চুমি বৰাক লৈ এক ডাঙৰ খবৰ!

২০২৫লৈ কাৰাগাৰতে থাকিব লাগিব চুমি বৰা! চুমি বৰাক লৈ এক ডাঙৰ খবৰ!

হাড় কঁপোৱা শীতত কাৰাগাৰত সময় কটাইছে চুমিয়েই। বিলাসী জীৱন কটোৱা চুমিয়ে এতিয়া থাকিব লগা হৈছে কাৰাগাৰৰ অন্ধাকাৰ কুঠৰীত। পুনৰ চৰ্চালৈ আহিছে ৰাজ্য কঁপোৱা ট্ৰেডিং কেলেংকাৰীৰ অন্যতম খলনায়িকা চুমি বৰাৰ প্ৰসংগ। আদালতত জামিন বিচাৰি-বিচাৰি ভাগৰি পৰিছে চুমি বৰা। ইতিমধ্যে চুমি বৰাৰ বিৰুদ্ধে থকা ডিব্ৰুগড় থানা গোচৰ আৰু CBIত ৰুজু হোৱা গোচৰৰ

আন্তঃ মিডিয়া ফুটবল চেম্পিয়নশ্বিপ দখল গুৱাহাটী প্ৰেছ ক্লাবৰ

আন্তঃ মিডিয়া ফুটবল চেম্পিয়নশ্বিপ দখল গুৱাহাটী প্ৰেছ ক্লাবৰ

গুৱাহাটীঃ বৃহস্পতিবাৰে নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ ফাইনেলত ইউনাইটেড মিডিয়া গ্ৰুপক ২-১ গ’লত পৰাস্ত কৰি হৰেন্দ্ৰ নাথ বৰুৱা সোঁৱৰণী আন্তঃ মিডিয়া ফুটবল চেম্পিয়নশ্বিপত গুৱাহাটী প্ৰেছ ক্লাবে জয়লাভ কৰে। নিৰ্ধাৰিত সময় আৰু টাই-ব্ৰেকাৰ দুয়োটাতে অমিমাংসীতভাৱে খেলখন সমাপ্ত হোৱাৰ পিছত পেনাল্টী শ্বুট আউট (ছাডেন ডেথ) জৰিয়তে উত্তেজনাপূৰ্ণ খেলখনৰ সিদ্ধান্ত লোৱা হয়। ছেমিফাইনেলত

জঘন্যতাৰ সীমা পাৰ, গুৱাহাটীত মন্দিৰ প্ৰাংগনতেই ৯ যুৱকে এগৰাকী যুৱতীৰ সৈতে …

জঘন্যতাৰ সীমা পাৰ, গুৱাহাটীত মন্দিৰ প্ৰাংগনতেই ৯ যুৱকে এগৰাকী যুৱতীৰ সৈতে …

জঘন্যতাৰ সীমা পাৰ, গুৱাহাটীত মন্দিৰ প্ৰাংগনতেই ৯ যুৱকে এগৰাকী যুৱতীৰ সৈতে … মহানগৰীত সংঘটিত হৈছে এক অতিকে জঘন্য কাণ্ড। ৯ জনকৈ পাষণ্ড যুৱকৰ কামনাৰ বলি এগৰাকী যুৱতী। কেৱল ধৰ্ষণ কৰাই নহয়, ভিডিঅ বনাই অত্যাচাৰো চলালে যুৱতীৰ সৈতে। লগতে সামাজিক মাধ্যমতো ভাইৰেল কৰিলে সেই ভিডিঅ। গুৱাহাটী মহানগৰীৰ বৰাগাঁৱত সংঘটিত হৈছে এই