Advertisement

Category: Assamese News

গোসাইগাওঁত ৱাকফ্ সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ

গোসাইগাওঁত ৱাকফ্ সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ

সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশত ৰাজ্যজুৰি গ্ৰহণ কৰা প্ৰতিবাদৰ অংশস্বৰূপে গোসাইগাওঁতো জামে মছজিদতো বিধেয়ক দাহন কাৰ্যসূচী গ্ৰহণ কৰে। ৱাকফ্ সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী আমছুৰ।

কৃতি শিক্ষক অনিল কলিতালৈ মুখ্যমন্ত্ৰীৰ বিহুৱান আৰু বিহুৰ শুভেচ্ছা প্ৰেৰণ

কৃতি শিক্ষক অনিল কলিতালৈ মুখ্যমন্ত্ৰীৰ বিহুৱান আৰু বিহুৰ শুভেচ্ছা প্ৰেৰণ

পলাশবাৰী,২ এপ্ৰিল: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তি, শিল্পী-সাহিত্যিক, ক্ৰীড়াবিদ, শিক্ষাবিদ, সমাজসেৱক আদি বিভিন্নজনলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা আৰু বিহুৱান প্ৰেৰণ কৰিছে ৷ সমগ্ৰ ৰাজ্যখনৰ লগতে

ভুল দিশত তুলসী ৰোপণ নকৰিব, নহ’লে হ’ব মহাবিপদ!

ভুল দিশত তুলসী ৰোপণ নকৰিব, নহ’লে হ’ব মহাবিপদ!

তুলসী বুলিলেই প্ৰতিজন মানুহৰ মনত এক বিশেষ মনোভাৱ জাগ্ৰত হয়। হিন্দু ধৰ্মত তুলসীৰ বিশেষ গুৰুত্ব আছে। মানুহৰ শৰীৰৰ বাবেও তুলসী অতি প্ৰয়োজনীয়। কাতি অৰ্থাৎ কঙালীবিহুত অসমত প্ৰতিজন অসমীয়াই নিজৰ ঘৰত

দিছপুৰ প্ৰেছ ক্লাবত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

দিছপুৰ প্ৰেছ ক্লাবত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

গুৱাহাটী ২৩ মাৰ্চ: দিছপুৰ প্ৰেছ ক্লাব আৰু ইষ্টাৰ্ণ ষ্ট’ন কিডনী ফাউণ্ডেশ্যনৰ উদ্যোগত তথা কিডনী হস্পিটেল আই ইউ কে ডি’ৰ সহযোগত আজি দিছপুৰ প্ৰেছ ক্লাবত সাংবাদিক, সংবাদ কৰ্মী আৰু ৰাইজৰ বাবে

জাগীৰোড আৰক্ষীৰ জালত কুখ্যাত গাঞ্জা সৰবৰাহকাৰী

জাগীৰোড আৰক্ষীৰ জালত কুখ্যাত গাঞ্জা সৰবৰাহকাৰী

জাগীৰোডত আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ গাঞ্জা ৷ বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে জাগীৰোড বাইপাছৰ উৰণসেতুৰ তলত অৰ্তকিতে অভিযান চলাই এজন লোকৰ বেগৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ গাঞ্জা ৷ধৃত সৰবৰাহকাৰীজন