সমগ্ৰ দেশতে কোভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ এনে সময়তে শনিবাৰে ৰাজ্যৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভতমন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ স্বাস্থ্যমন্ত্ৰী মহন্তই শনিবাৰে কয়, ক’ভিডৰ নতুন ভেৰিয়েণ্টক লৈ চিন্তাৰ কাৰণ নাই৷ এইটো ভেৰিয়েণ্ট দুৰ্বল৷ যুঁজিব পৰাকৈ সকলোৰে ইমিউনিটী আছে৷ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, এতিয়ালৈকে ৰাজ্যত কোনো নিৰ্দেশনা দিয়া হোৱা নাই৷ কোভিড টেষ্ট বাধ্যতামূলক
Category: Assamese News
নিউজ ব্যুৰ’,নগাঁও,২৩ডিচেম্বৰ:–ৰাষ্ট্ৰীয় সন্মান লাভেৰে উজলিল নগাঁও জিলাৰ এগৰাকী প্ৰবীণ শিল্পী। লোক সংস্কৃতিৰ সাধনা কৰা পুৰণিগুদাম জলাহগাঁৱৰ এই শিল্পীগৰাকী হৈছে ৰাজু শইকীয়া । সুদীৰ্ঘ ৩০টা বছৰে প্ৰচাৰ বিমুখভাৱে নিজৰ গাঁঠিৰ ধন ভাঙি গ্ৰামাঞ্চলত নৱপ্ৰজন্মৰ মাজত লোক সংস্কৃতিৰ জ্ঞান বিলাই ফুৰা ওজা ৰাজু শইকীয়াক উৰিষ্যাৰ “ত্ৰিবেণী কলা কেন্দ্ৰ”ই প্ৰদান কৰিলে “ৰাষ্ট্ৰীয় কলাগুৰু
নিউজ ব্যুৰ’,নগাঁও,২৩ডিচেম্বৰ:–“বিদ্যালয় আমাৰ বাবে জীৱনৰ গঢ়া কৰ্মশালাই নহয় বিদ্যালয়সমূহে আমাৰ জাতি গঢ়াৰ কৰ্মশালা হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বিগত দিনবোৰত এই বিদ্যালয়সমূহৰ পঢ়ি জাতীয়তাবোধ গঢ়ি আমাৰ ভাষা,সংস্কৃতি আৰু সাহিত্য টনকিয়াল কৰা একাংশ মণিষীৰ বাবে আমি অসমীয়া এটা চহকী সংস্কৃতিৰ জাতি হিচাপে ঠিয় হৈ আছোঁ।” নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী ৰাইডঙীয়া হলিৰাম
🔷 পথ সুৰক্ষাক লৈ পৰিবহণ বিভাগৰ বিশেষ পদক্ষেপ 🔷 ব্ৰেথ এনালাইজাৰ লৈ ৰাজপথত থাকিব আৰক্ষী 🔷 ৩১ ডিচেম্বৰ, ১ জানুৱাৰীত চলিব আৰক্ষীৰ অভিযান 🔷 ১৫০টা ব্ৰেথ এনালাইজাৰ প্ৰদান ৰাজ্য চৰকাৰৰ 🔷 প্ৰদান কৰিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই
সকলো মানুহৰে পছন্দ,স্বভাৱ,আশা-আকাংক্ষা স্বাভাৱিকতেই বেলেগ বেলেগ হয়।কোনোয়ে যদি মানুহৰ মাজত থাকি ভাল পায়, আন কোনোয়ে আকৌ মানুহৰ মাজৰ পৰা আঁতৰি নিজৰ ব্যক্তিগত সময় পাৰ কৰি ভাল পায়।কোনোয়ে যদি নিজৰ গুণ নিজে গায় ভাল পায়, আন কোনোয়ে আকৌ নিৰৱে থাকিয়েই নিজৰ কৰণীয়বোৰ নিয়াৰিকৈ কৰি যায়।আনহাতে, আন এচাম মানুহ আছে যিয়ে এনে