গুৱাহাটী: বিগত শনিবাৰে, ১০ জানুৱাৰীত নিমন্ত্ৰণ অনুসাৰে দুমুনিচকীত অনুষ্ঠিত হোৱা এখন সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰাৰ উদ্দেশ্যে এগৰাকী শিল্পী উপস্থিত হৈছিল। অনুষ্ঠানটোৰ সমিটিয়ে দিয়া সময় অনুসৰি সন্ধিয়া ৮:৩০ বজাত কণ্ঠশিল্পীগৰাকী অনুষ্ঠানস্থলীত উপস্থিত হয় যদিও অনুষ্ঠান সূচীত দীঘলীয়া বিলম্বৰ বাবে প্ৰায় চাৰিঘণ্টা অপেক্ষা কৰিবলগীয়া হয়। দীঘলীয়া অপেক্ষাৰ পাছতো পৰিবেশনৰ সুযোগ
Category: Assamese News
নলবাৰীৰ বিধায়ক তথা জনস্বাস্থ্য,অভিযান্ত্ৰিক, দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যোগীকৰণ আৰু পৰ্যটনৰ দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি ঘগ্ৰাপাৰ মণ্ডল কাৰ্যালয় পৰিদৰ্শন কৰি দলীয় কৰ্মীসকলৰ সৈতে এক আনুসংগিক আলোচনাত মিলিত হৈ বুথ পৰ্যায়ত ৰুপায়িত হৈ থকা কামকাজসমূহৰ অগ্ৰগতিৰ বুজ লয় ।
গৌৰৱ গগৈৰ তিনি সদস্যই বিদেশী যেতিয়া অন্য দেশৰ প্ৰতি অনুকম্পা থাকিবই’: মন্ত্ৰী হাজৰি কাজামুগুৰিহাটত অখিল আৰু গৌৰৱ গগৈক লৈ মন্ত্ৰী হাজৰিকাৰ তীব্ৰ মন্তব্য ‘অখিল গগৈ ৰজা, তেওঁ এবাৰ নিৰ্বাচন খেলিছে আৰু জিকিছে। মই তিনিবাৰ জিকিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাঁচবাৰ জিকিছে। গতিকে আমি প্ৰজা। ভৱিষ্যতে ৰাইজে প্ৰজাক বিচাৰে নে ৰজাক বিচাৰে, সেই
নলবাৰী আছিল এটা সময়ত ভুল বুজাবুজি, অবহেলা আৰু নেতিবাচক ধাৰণাৰ সৈতে জড়িত হৈ থকা এখন জিলা। শিক্ষা বা কৰ্মসূত্ৰে বাহিৰলৈ যোৱা নলবাৰীৰ যুৱসমাজে এসময়ত ঘৰৰ ভাড়া নোপোৱা, AS-14 নম্বৰৰ বাহন দেখিলেই অযথা আৰক্ষী নিৰীক্ষণৰ সন্মুখীন হোৱা আদি বহু তিক্ত অভিজ্ঞতাৰ সাক্ষী হৈছিল। সামাজিক সুৰক্ষা আৰু বিশ্বাসৰ অভাৱে জিলাখনৰ সামগ্ৰিক উন্নয়নো
আজি অসমৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত যি কাম হৈছে, তেওঁৰ পূৰ্বে বহুতো লোকে কৰিব নোৱাৰিলে বা কৰিব বিচৰা নাছিল। মন্ত্ৰীগৰাকীয়ে নলবাৰী আৰু নামনি অসমৰ এজন মহান নেতা প্ৰয়াত নগেন শৰ্মাৰ স্মৃতিত সন্মান জনাই তেখেতে সেৱা আগবঢ়োৱা আৰু ভাল পোৱা নলবাৰী চহৰখনত এক স্থায়ী স্মৃতি স্থান নিৰ্মাণৰ ব্যৱস্থা কৰে।