Category: Assamese News

তিনিচুকীয়াত গ্ৰেনেডসহ আত্মসমৰ্পণ আলফা স্বাধীনৰ কেডাৰৰ

তিনিচুকীয়াত গ্ৰেনেডসহ আত্মসমৰ্পণ আলফা স্বাধীনৰ কেডাৰৰ

তিনিচুকীয়া জিলাৰ কাকপথাৰ ডিৰাকৰ ভাৰতীয় সেনা শিৱিৰৰ সন্মুখত সন্দেহজনক আলফা স্বাধীনে গ্ৰেনেড বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ মাজতে এজন আলফা(স্বা)ৰ কেডাৰে তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা কায্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷ আত্মসমৰ্পণ কৰা কেডাৰগৰাকী কাকপথাৰৰ অচ্যুতানন্দ নেওগ ওৰফে নিলয় অসম। নিলয় অসম আলফা (স্বা)ৰ বিশেষ অভিযানকাৰী গোটৰ সদস্য আছিল বুলি

সোণাপুৰস্থিত আইইউকেডিত সংবাদকৰ্মীলৈ বিনামূলীয়া বহি:বিভাগ সেৱা

সোণাপুৰস্থিত আইইউকেডিত সংবাদকৰ্মীলৈ বিনামূলীয়া বহি:বিভাগ সেৱা

গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী সোণাপুৰত অৱস্থিত ইনষ্টিটিউট অৱ ইউৰ’লোজি এণ্ড কিডনী ডিজিজেজ, চমুকৈ আই ইউ কে ডিয়ে সংবাদকৰ্মীসকলৰ বাবে আগবঢ়াইছে বিনামূলীয়া বহিঃবিভাগ সেৱা। এই সম্পৰ্কে জানিবলৈ দিয়ে আইইউকেডিৰ এমডি ডাঃ অৰূপ কুমাৰ নাথে। তেওঁ কয়, আই ইউ কে ডিয়ে প্ৰতি বৃহস্পতিবাৰে দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে, বিশেষভাৱে সক্ষম লোকসকলৰ বাবে, অটল অমৃত

চিত্ৰগৃহলৈ বহুচৰ্চিত অসমীয়া চলচ্চিত্ৰ ‘ৰঙাটাপু-১৯৮২’

চিত্ৰগৃহলৈ বহুচৰ্চিত অসমীয়া চলচ্চিত্ৰ ‘ৰঙাটাপু-১৯৮২’

পৰ্দাত জিলিকিব বুৰঞ্জীৰ বুকুত হেৰাই যোৱা বহু কথা, ৮০ দশকৰ এক ক’লা অধ্যায় গুৱাহাটী, ২৩ নৱেম্বৰঃ বুৰঞ্জীৰ বুকুত হেৰাই যোৱা বহু কথা, ৮০ দশকৰ এক ক’লা অধ্যায়ক সাঙুৰি এক মৰ্মস্পৰ্শী কাহিনীৰ আধাৰত নিৰ্মাণ কৰা ‘ৰঙাটাপু-১৯৮২’ কাইলৈ সমগ্ৰ অসমতে মুক্তিলাভ কৰিব৷ আজি মহানগৰীৰ অনুৰাধা চিত্ৰগৃহত ছবিখনিৰ এক বিশেষ প্ৰদৰ্ষণী অনুস্থিত হয়।

ভাৰতীয় ডাক বিভাগত ৭,১৬৪ খালী পদ

ভাৰতীয় ডাক বিভাগত ৭,১৬৪ খালী পদ

🔴আবেদনৰ অন্তিম তাৰিখ ৯ ডিচেম্বৰ ভাৰত চৰকাৰৰ কমিউনিকেচন দপ্তৰৰ ভাৰতীয় ডাক বিভাগত ৭,১৬৪ খালী পদৰ বাবে আবেদন আহ্বান কৰা হৈছে৷ বিভাগটোত পোষ্টেল এচিছটেণ্ট, চর্টিং এচিছটেণ্ট, পোষ্টমেন, মেইল গার্ড আৰু মাল্টি টাস্কিং ষ্টাফৰ পদ খালী আছে৷ আগ্রহী প্রার্থীয়ে অনলাইনযোগে আবেদন জনাব পাৰিব৷ পোষ্টেল এচিছটেণ্টৰ খালী পদৰ সংখ্যা ৫৯৮টা৷ দৰমহা মাহিলি ২৫,৫০০

জিএমডিএ গুৱাহাটীত ২০টা পদ খালী

জিএমডিএ গুৱাহাটীত ২০টা পদ খালী

🟢আবেদনৰ অন্তিম তাৰিখ ২৮ নৱেম্বৰ গুৱাহাটী মেট্র’পলিটান ডেভেল’পমেণ্ট অথৰিটী (জিএমডিএ)–এ ২০টা স্পেচিয়েলিষ্ট, মিড লেভেল, প্লেনাৰ আৰু জুনিয়ৰ লেভেল প্লেনাৰ পদৰ বাবে আবেদন বিচাৰিছে৷ স্পেচিয়েলিষ্টৰ খালী পদৰ সংখ্যা ৫টা৷ নিযুক্তিপ্রাপ্ত প্রার্থীক কাম কৰাৰ অভিজ্ঞতাৰ ওপৰত নির্ভৰ কৰি মাহিলি ১,০০,০০০ টকা দৰমহা দিয়া হ’ব৷ প্রার্থীসকলৰ হাইড্র’জি’লজীত স্নাতকোত্তৰ ডিগ্রী থাকিব লাগিব অথবা টেন্সপ’ট