Category: Assamese News

কৰ্মচাৰীক মাৰ্চিডিজৰ দৰে বিলাসী বাহন উপহাৰ তীখা প্ৰতিষ্ঠানৰ!

কৰ্মচাৰীক মাৰ্চিডিজৰ দৰে বিলাসী বাহন উপহাৰ তীখা প্ৰতিষ্ঠানৰ!

নিজৰ কৰ্মচাৰীসকলৰ কৰ্মদক্ষতাক স্বীকৃতি দি চেন্নাইৰ এটা উদ্যোগ প্রতিষ্ঠানে মার্চিডিজ, হুণ্ডাই ব্ৰেণ্ডৰ বিলাসী গাড়ী উপহাৰ দিয়াৰ তথ্য পোহৰলৈ আহিছে। কৰ্মচাৰীসকলক অধিক উৎসাহিত কৰিবলৈ এনেদৰে বিলাসী গাড়ী উপহাৰ দিছে চেন্নাইস্থিত এটা তীখা উৎপাদনকাৰী উদ্যোগে। লক্ষ্যণীয়ভাৱে শেহতীয়াভাৱে কেতবোৰ উদ্যোগ-প্রতিষ্ঠানত কৰ্মচাৰীয়ে কামৰ হেঁচা বহন কৰিব নোৱাৰি আত্মহননৰ পথ বাছি লোৱাৰ দৰে ঘটনাও সংঘটিত

পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰিলে জনপ্ৰিয় অভিনেত্ৰী তামান্না ভাটিয়াই, চাওক ফটো

পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰিলে জনপ্ৰিয় অভিনেত্ৰী তামান্না ভাটিয়াই, চাওক ফটো

বৃহস্পতিবাৰে মাতৃৰ সৈতে গুৱাহাটীত উপস্থিত হৈছিল ‘বাহুবলী’ৰ অভিনেত্ৰীগৰাকী। পুৱাই মা কামাখ্যাৰ মন্দিৰ দৰ্শন কৰিলে জনপ্ৰিয় অভিনেত্ৰী তামান্না ভাটিয়াই। কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ল’লে অভিনেত্ৰীগৰাকীয়ে। বৃহস্পতিবাৰে মাতৃৰ সৈতে গুৱাহাটীত উপস্থিত হৈছিল ‘বাহুবলী’ৰ অভিনেত্ৰীগৰাকী। EDৰ জেৰাৰ সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী। মহাদেৱ বেটিং এপৰ প্ৰচাৰ চলাইছিল তামান্নাই। নিশাটো গুৱাহাটীৰ হোটেল ৰেডিছন

গুৱাহাটীস্থ ইডিৰ কাৰ্যালয়ত জেৰা মোহময়ী অভিনেত্ৰী তামান্না ভাটিয়াক

গুৱাহাটীস্থ ইডিৰ কাৰ্যালয়ত জেৰা মোহময়ী অভিনেত্ৰী তামান্না ভাটিয়াক

বলীউডৰ অভিনেত্ৰী তামান্না ভাটিয়াক গুৱাহাটীত প্ৰায় ৮ ঘণ্টাজুৰি ই ডিৰ জেৰা ৷ মহাদেৱ বেটিং এপৰ প্ৰমোচন সন্দৰ্ভত তামান্নাক গুৱাহাটীৰ কাৰ্যালয়লৈ চমন দিয়া হৈছিল ৷ অনলাইন গেমিং এপ মহাদেৱ বেটিং এপৰ কেলেংকাৰীৰ সৈতে নাম সাঙুৰ খাইছিল বলিউদৰ বহুকেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ। ইয়াৰে অধিক সংখ্যক অভিনেতা অভিনেত্ৰীক মুম্বাইতে ইডিয়ে তদন্তৰ জেৰা কৰিছে যদিও

দেশৰ ৯ ৰাজনীতিকৰ পৰা প্ৰত্যাহাৰ এনএছজি কমাণ্ডো, নিয়োগ কৰা হ’ব চিআৰপিএফ

দেশৰ ৯ ৰাজনীতিকৰ পৰা প্ৰত্যাহাৰ এনএছজি কমাণ্ডো, নিয়োগ কৰা হ’ব চিআৰপিএফ

কেন্দ্ৰীয় চৰকাৰে এক নিৰ্দেশ যোগে ৯ জন ভিআইপিৰ নিৰাপত্তাৰ দায়িত্বৰ পৰা এন এছ জিৰ কমাণ্ডো প্ৰত্যাহাৰ কৰিছে ৷ অৱশ্যে এতিয়াৰ পৰা তেওঁলোকৰ সুৰক্ষাৰ দায়িত্বৰ নিয়োজিত হ’ব চি আৰ পি এফক ৷ এন এছ জিৰ কমাণ্ডো প্ৰত্যাহাৰ কৰা বিশিষ্ট ৰাজনীতিক ৯ গৰাকৈ হ’ল :  উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ  উত্তৰ প্ৰদেশৰ

ডিমা হাছাওত দুৰ্ঘটনাত পতিত আগৰতলা-লোকমান্য তিলক এক্সপ্ৰেছ

ডিমা হাছাওত দুৰ্ঘটনাত পতিত আগৰতলা-লোকমান্য তিলক এক্সপ্ৰেছ

ডিমা হাছাও জিলাত ৰে’ল দুৰ্ঘটনা । দুৰ্ঘটনাত পতিত আগৰতলা-লোকমান্য তিলক এক্সপ্ৰেছ ৰে’লখন । আগৰতলাৰ পৰা মুম্বাই অভিমুখে যোৱা লোকমান্য তিলক এক্সপ্ৰেছ ৰে’লখন আজি বিয়লি প্ৰায় ৫ বজাত দিবালং ৰে’ল ষ্টেচনৰ সমীপত দুৰ্ঘটনাত পতিত হয় । ৰে’লখনৰ ইঞ্জিনসহ দুটাকৈ ডবা লাইনচ্যুত হৈ বাগৰি পৰে । এতিয়ালৈকে কোনো যাত্ৰী নিহত বা আহত