ডিমাকুছিৰ ৰজাগড়ৰ উদীয়মান যুৱ সমাজকৰ্মী কুলেন নাথৰ পথ দুৰ্ঘটনাত মৃত্যু। যুৱ সমাজকৰ্মী কুলেন নাথৰ অকাল বিয়োগত বৃহত্তৰ অঞ্চল জুৰি শোকৰ ছাঁ পৰে। ৪ ডিচেম্বৰ :- ওদালগুৰি জিলাৰ বৃহত্তৰ ডিমাকুছি অঞ্চলৰ
Category: Assamese News
দৰং জিলাত বাঘৰ আক্ৰমণত আজি আৰু এজন লোক আহত হয়। জিলাখনৰ দলগাঁও থানাৰ অন্তৰ্গত আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ দাঁতি কাষৰীয়া কাছোমাৰী গাঁৱত পুৱা প্ৰায় ৮ বজাত ঘটনাটো
মহানগৰীৰ মাজমজিয়াৰ পৰা শিশু নিৰুদ্দেশ। আঠগাঁও আলু গুদামৰ সমীপৰ পৰা নিৰুদ্দেশ হয় কণমানি শিশুটি। বৃহস্পতিবাৰে নিজ বাসগৃহৰ চৌহদৰ বাহিৰত খেলি থকা অৱস্থাত সন্ধানহীন হয় শিশুটি ৷ অচিনাক্ত দুৰ্বৃত্তই শিশুটিক অপহৰণ
No entryৰে সুমুৱাটো মোৰ ভুল আছিলঃ জ্ঞানদীপ হাজৰিকা। আৰক্ষী বিষয়াগৰাকীক শাস্তি দিয়া বুলি শুনিছো, এতিয়া মই কি ক’ম!! “মোক থানাৰ ভিতৰত প্ৰহাৰ নাই কৰা কিন্তু ফাঁচী বজাৰত প্ৰহাৰ কৰিছে। গালত
আৰক্ষীৰ এগৰাকী কনিষ্টবলে হত্যা কৰিলে এম বি এ পঢ়ি থকা এগৰাকী শিক্ষাৰ্থীক। চাঞ্চল্যকৰ এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ আহমেদাবাদত। যোৱা কিছুদিনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ মেৰঠৰ এগৰাকীক আহমেদাবাদত হত্যা কৰিছিল দুৰ্বৃত্তই।