বিশ্ব বডী বিল্ডিং চেম্পিয়নশ্বিপত পদক জয় অসমৰ সবিতা বনিয়া আৰু পৱিত্ৰ নাথৰ। দক্ষিণ কোৰিয়াৰ অক ভেলী ৰিজৰ্টত ৬ নৱেম্বৰৰ পৰা ১২ নৱেম্বৰলৈ অনুষ্ঠিত হৈছিল ১৪ সংখ্যক বিশ্ব বডী বিল্ডিং আৰু ফিজিক স্পৰ্টছ। এই চেম্পিয়নশ্বিপত উজলিল উঠিল অসম দুই সন্তান সবিতা বনিয়া আৰু পৱিত্ৰ নাথ। মহিলা বডী বিল্ডিং বিশ্ব চেম্পিয়নশ্বিপত কামৰূপৰ
Category: Assamese News
🔴লাহৰীঘাটত বিশাল গণসমাৱেশৰে বদৰুদ্দিন আজমলৰ নিৰ্বাচনী ৰণশিঙা 🔴গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ একো কাম নাই 🔴ডি ভোটাৰৰ সমস্যা কংগ্ৰেছসৃষ্ট আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাত ৰাজ্যত ৰাজনৈতিক দলসমূহে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। আজি মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিত বিশাল গণসমাৱেশৰে এ আই ইউ ডি এফে নিৰ্বাচনী ৰণশিঙা বজালে। লাহৰীঘাট
গুৱাহাটী ৰে’ল ষ্টেচনত পুনৰ জব্দ চোৰাং সোণ ৷ বিশেষ সূত্ৰৰ পমখেদি ৰেলৱে আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই মঙলবাৰে তেজছ এক্সেপ্রেছৰ পৰা এজন লোকৰ পৰা জব্দ কৰা হয় সোণ খিনি ৷ জব্দকৃত সোণখিনিৰ ওজন ৫০০ গ্ৰাম ৷ লগতে আটক কৰে সোণ সৰবৰাহকাৰী ৰাজস্থানৰ এজন ব্যক্তিক । উল্লেখ্য যে,সোণখিনি আগৰতলাৰ পৰা ৰাজস্থানলৈ সৰবৰাহ
দীপাৱলীৰ আনন্দ উছাহৰ মাজতে সোমবাৰে নিশা মহানগৰীৰ পাঞ্জাবাৰীত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। প্ৰশাসনৰ নিয়ম উলংঘা কৰি মাজনিশালৈ ফুটাইছিল আতচবাজী ৷ এই আতচবাজীৰ ফিৰিঙতিৰ পৰা অগ্নিকাণ্ডৰ সন্দেহ স্থানীয়লোকৰ ৷ পাঞ্জাবাৰীস্থিত গংগা শান্তি এপাৰ্টমেণ্টত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডৰ ফলত জুইত ভষ্মীভূত হৈছে এপাৰ্টমেণ্টটোৰ এটা ফ্লেটৰ সকলো সামগ্রী। প্ৰাপ্ত খবৰ অনুসৰি, সোমবাৰে নিশা
কোকৰাঝাৰ বিপিএফৰ মুখ্য কাৰ্যালয়ত হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰণ।এনডিএৰ পৰিকল্পনাত চেঁচাপানী ঢালি হাগ্ৰামা মহিলাৰীৰ ঘোষণা। তেওঁ কয় যে, দৰং-ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফে দিব নিজাববীয়া প্ৰাৰ্থী। দুয়োটা সমষ্টিতে জিকিব বিপিএফ। বিপিএফ চিংগলে জন্ম হৈছে চিংগলে যাব । বিজেপি, কংগ্ৰেছ , অগপ , এআইইউডিএফ কাৰো সতে আমাৰ যোগাযোগ নাই। দলৰ সিদ্ধান্ত অনুসৰি