নগাঁৱৰ কচুৱাত আৰক্ষীৰ অভিযান নগাঁৱৰ কচুৱাৰ উত্তৰ শিমলুগুৰিত আৰক্ষীৰ অভিযান । অভিযনত আটক নগালেণ্ডৰ এহাল দম্পতীসহ মুঠ চাৰিজনক । নকল টকা বাণ্ডিল বিক্ৰী কৰিবলৈ লোৱাৰ সময়তে আটক চাৰিওজনক । অভিযানত আটক নগালেণ্ডৰ মিছ ভিচেনো,ইউ খান এ শিমৰায়ৰ লগতে উত্তৰ শিমুলুগুৰিৰ ইদ্ৰিছ আলী,কাজিৰঙাৰ বালিছৰীয়াৰ আনোৱাৰ হুছেইন । কচুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী
Category: Assamese News
দুৰ্নীতি নিবাৰক শাখাৰ জালত লাট মণ্ডল সত্যনাৰায়ণ ডেকা । মাটিৰ নামজাৰিৰ নামত ফাইজুৰ ৰহমানৰ পৰা বিচাৰিছিল উৎকোচ । ৩ হাজাৰ টকা উৎকোচ লওঁতেই গ্ৰেপ্তাৰ লাট মণ্ডল সত্যনাৰায়ণ ডেকা । ৰূপহী ৰাজহ চক্ৰ কাৰ্যালয়ত জেৰা অব্যাহত আছে সত্যনাৰায়ণক ।
ৰাষ্ট্ৰীয় গেমচ,গোৱা-২০২৩- টাইকোৱাণ্ডৰ ৭৩ কেজি শাখাত ৰ’দালী বৰুৱাৰ সোণৰ পদক লাভ।
সূৰ্য পৰিবৰ্তন ২০২২ – জ্যোতিষশাস্ত্ৰ অনুসৰি, প্ৰতিটো গ্ৰহে এক নিৰ্দিষ্ট সময়ত নিজৰ গতি পৰিবৰ্তন কৰে। গ্ৰহৰ ৰাশি পৰিৱৰ্তন কিছুমান ৰাশিৰ বাবে শুভ প্ৰমাণিত হয়, আনহাতে কিছুমান ৰাশিয়ে দুখ-কষ্টৰ সন্মুখীন হ’ব লাগিব পাৰে। সন্মান আৰু সাহসৰ কাৰক সূৰ্যদেৱ ১৪ এপ্ৰিলত তেওঁৰ উচ্চ ৰাশি মেষ ৰাশিত প্ৰৱেশ কৰিছে। সূৰ্যৰ সম্বন্ধ পিতৃ আৰু