Category: Assamese News

বৃহস্পতিবাৰৰ পৰা নগাঁৱৰ গেদাৰবড়িত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কেন্দ্ৰীয় নাট সমাৰোহ

বৃহস্পতিবাৰৰ পৰা নগাঁৱৰ গেদাৰবড়িত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কেন্দ্ৰীয় নাট সমাৰোহ

১২অক্টোবৰত মুকলি সভাত অংশগ্রহণ কৰিব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নিউজ ব্যুৰ’,নগাঁও,৯অক্টোবৰ :– উত্তৰ-পূব ভাৰতৰ সর্ববৃহৎ ধর্মীয় অনুষ্ঠান শ্রীমন্ত শংকৰদেৱ সংঘৰ চতুর্বিংশতি সংখ্যক কেন্দ্রীয় অংকীয়া নাট সমাৰোহখনি অহা ১০অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ গেদাৰবড়িত অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে ৷ ইতিমধ্য সমাৰোহস্থলী আটকধুনীকৈ সজাই পৰাই তুলিবলৈ আদৰণি

পাঁচ নাবালিকাক যৌন আতিশয্য চলাই আত্মগোপন কৰা শিক্ষকক নিলম্বন…

পাঁচ নাবালিকাক যৌন আতিশয্য চলাই আত্মগোপন কৰা শিক্ষকক নিলম্বন…

পাঁচজনকৈ নাবালিকা ছাত্ৰীক যৌন আতিশয্য চলাই বিগত এপষেক ধৰি পলাতক হৈ থকা কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী বৰো ভদেয়াগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ওমৰ আলি শ্বেখক অৱশেষত বিটিচিৰ শিক্ষা বিভাগে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বিত কৰিছে। জানিব পৰা মতে অতি প্ৰতিপত্তিশীল শিক্ষকগৰাকীয়ে নিজৰ বিদ্যালয়ৰে পাঁচগৰাকীকৈ ছাত্ৰীক যোৱা জুন মাহৰ পৰাই ভয় দেখুৱাই যৌন

নগাঁৱৰ কটহগুৰিত ভংয়কৰ ঘটনা; বন্ধুক মাতি আনি নিজ পত্নীক যৌ*ন শো*ষণ কৰিবলৈ …

নগাঁৱৰ কটহগুৰিত ভংয়কৰ ঘটনা; বন্ধুক মাতি আনি নিজ পত্নীক যৌ*ন শো*ষণ কৰিবলৈ …

এইখন অসমত হৈছে কি? ধৰ্ষণৰ নামত নিতৌ সংঘটিত হৈ আহিছে ন ন কাণ্ড। এগৰাকী স্বামী, স্ত্ৰীৰ বাবে আশা ভৰসা নিৰাপত্তাৰ থল। কিন্তু জানি আচৰিত হব। কাৰণ এইবাৰ স্বামীৰ দ্বাৰাই সংঘটিত হৈছে নাভূত নাশ্ৰুত ঘটনা। অভিযোগ অনুসৰি ধিং থানাৰ অন্তৰ্গত কটহগুৰিত লম্পট স্বামীয়ে নিজ পত্নীক দি দিয়ে পৰ পুৰুষৰ হাতত যৌন

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণ অভিনেত্ৰী আইমী বৰুৱাৰ

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণ অভিনেত্ৰী আইমী বৰুৱাৰ

 ”বিৰুবালা- ‘উইটচ’ টু পদ্মশ্ৰী”-ৰ বাবে বিচাৰকৰ বিশেষ বঁটা অন্ধবিশ্বাস দূৰ কৰাৰ বাবে বিৰুবালা ৰাভাই অহোপুৰুষাৰ্থ কৰিছিল : ৰাষ্ট্ৰপতি বিশেষ বাৰ্তা, ৮ অক্টোবৰ : আজি প্ৰদান কৰা হয় ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। আইমী বৰুৱা প্ৰডাকচন ছ’চাইটীৰ প্ৰযোজনাত আৰু আইমী বৰুৱাৰ পৰিচালনাত নিৰ্মিত বিচাৰকৰ বিশেষ বঁটা লাভ কৰা “বিৰুবালা- ‘উইটচ’ টু

আজি ষষ্ঠীৰ বেদীত প্রাণ পাব দুর্গতিনাশিনীয়ে

আজি ষষ্ঠীৰ বেদীত প্রাণ পাব দুর্গতিনাশিনীয়ে

 চৌদিশে শৰতৰ মধু আলোড়ন৷ মলয়া বতাহত হালি–জালি নচা কঁহুৱাৰ আঁচলত ধৰি ধৰালৈ আগমন ঘটিছে শাৰদী ৰাণীৰ৷ শৰৎ মানেই উৎসৱৰ বতৰ৷ মধুময় পৰিৱেশৰ মাজেৰে ৰাজ্যত আৰম্ভ হৈছে দুর্গোৎসৱৰ ক্ষণ গণনা৷ বছৰজোৰা ভক্তৰ প্রতীক্ষাৰ অন্ত পেলাই মহালয়াত ধৰাৰ বুকুলৈ আগমন ঘটা দশভুজাক আজি ষষ্ঠীৰ বেদীত প্রাণ প্রতিষ্ঠা কৰা হ’ব৷ ইয়াৰ লগে লগে